ETV Bharat / state

আমগুৰিত শক্তি বিভাগৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ - শক্তি বিভাগ

শক্তি বিভাগ মুৰ্দাবাদ,আমগুৰি বিদ্যুৎ বিষয়া গ'বেক,শক্তিমন্ত্ৰী মুৰ্দাবাদ,ধ্বনিৰে উত্তাল আমগুৰি ৷ শক্তি বিভাগৰ কৰ্মকাণ্ডত অতীষ্ঠ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

শক্তি বিভাগৰ কাৰ্যালয় ঘেৰাও
author img

By

Published : Jul 15, 2019, 8:47 PM IST

শিৱসাগৰ,15 জুলাই: আমগুৰিত শক্তি বিভাগৰ কাৰ্যালয় ঘেৰাও লালিম ছিগাৰ ৰাইজৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷ অসম শক্তি বিতৰণ কোম্পানীৰ কাণ্ডত অতীষ্ঠ হৈ লালিম ছিগাৰ ৰাইজে গ্ৰহণ কৰিলে এই কাৰ্যসূচী ৷ প্ৰতিমাহে বিদ্যুতৰ বিল প্ৰেৰণ কৰি অহাৰ পাচতো সাধাৰণ ৰাইজক ৫০ হাজাৰ পৰ্যন্ত বিদ্যুৎ বিল প্ৰেৰণত ক্ষুণ্ণ হৈ পৰা ৰাইজে অৱশেষত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

শক্তি বিভাগৰ কাৰ্যালয় ঘেৰাও
উল্লেখ্য যে,অতিৰিক্ত বিদ্যুতৰ বিল প্ৰেৰণ সন্দৰ্ভত আমগুৰি বিদ্যুৎ বিভাগৰ বিষয়াক ভুক্তভোগী ৰাইজে স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও বিষয়াগৰাকীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাত কাৰ্যালয় ঘেৰাও কৰিবলৈ বাধ্য হয় ৰাইজ।

Intro:Body:আমগুৰি ১৫ জুলাই:

আমগুৰিত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও

লালিম ছিগাৰ প্ৰতিবাদী ৰাইজ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ঘেৰাও কাৰ্যসূচী

আমগুৰিত অসম শক্তি বিতৰণ কোম্পানীৰ কাণ্ডত অতীষ্ঠ হৈ লালিম ছিগাৰ গ্ৰাহকে ঘেৰাও কৰিছে বিদ্যুৎ বিভাগৰ কাৰ্যালয়

গ্ৰাহকক ৫০ হাজাৰ পৰ্যন্ত বিদ্যুৎ বিল প্ৰেৰণত ক্ষুণ্ণ হৈ ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী

আমগুৰি বিদ্যুৎ বিভাগৰ বিষয়াক ভুক্তভোগী গ্ৰাহকে অতিৰিক্ত বিদ্যুৎ বিল প্ৰেৰণ সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও গুৰুত্ব নিদিয়াত ক্ষুণ্ণ হৈ লালিম ছিগাৰ গ্ৰাহকে ঘেৰাও কৰিছে বিদ্যুৎ বিভাগৰ কাৰ্যালয়।       

 প্ৰতিবাদী লোকসকলে আমগুৰি বিদ্যুৎ বিভাগ মুৰ্দাবাদ, আমগুৰি বিদ্যুৎ বিষয়া গ' বেক, শক্তিমন্ত্ৰী মুৰ্দাবাদ, গ্ৰাহকৰ বিদ্যু্ৎ বিল হ্ৰাস কৰক ধ্বনিৰে উত্তাল কৰি তোলে।                          

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.