ETV Bharat / state

আমগুৰিত মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ

বন্ধন, আৰ জি বি এন, এল এন টি, বেদিকা, আৰোহন, ছেটিংছ, নবাৰুণ মাইক্ৰফাইনেন্স কোম্পানীৰ অত্যাধিক সুতৰ হাৰৰ বিৰুদ্ধে আমগুৰিৰ বৰাহীবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে

author img

By

Published : Oct 31, 2019, 6:55 PM IST

আমগুৰিত মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ

আমগুৰি ৩১ অক্টোবৰ: শিৱসাগৰ আমগুৰিত মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ ৷ কোম্পানীসমূহে নিৰ্ধাৰণ কৰা অত্যাধিক সুতৰ হাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰায় দুই শতাধিক মহিলাই ৷ বন্ধন, আৰ জি বি এন, এল এন টি, বেদিকা, আৰোহন, ছেটিংছ, নবাৰুণ মাইক্ৰফাইনেন্স কোম্পানীৰ অত্যাধিক সুতৰ হাৰৰ বিৰুদ্ধে আমগুৰিৰ বৰাহীবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে ৷ অভিযোগ অনুসৰি সৰ্বাধিক হাৰত সুতৰ টকা লোৱাৰ বাবেই বৰাহীবাৰীত মহিলা সকলে সজাগতা সভা অনুষ্ঠিত কৰি মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সভাত মাইক্ৰফাইনেন্স কোম্পানীসমূহে সুতৰ হাৰ হ্ৰাস নকৰালৈকে কিস্তি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰতিবাদী মহিলাসকলে ৷

লগতে পঢ়কঃ নিজৰ জন্মদিনত ETV Bharatৰ শলাগ ললে যাদৱ পায়েঙে

Intro:Body:আমগুৰি ৩১ অক্টোবৰ:

আমগুৰিত মাইক্রফাইনেন্স কোম্পানীৰ অত্যধিক সুতৰ হাৰৰ বিৰুদ্ধে প্ৰতিবাদ

বন্ধন, আৰ জি বি এন, এল এন টি, বেদিকা, আৰোহন, ছেটিংছ, নবাৰুণ
মাইক্রফাইনেন্স কোম্পানীৰ অত্যধিক সুতৰ হাৰৰ বিৰুদ্ধে আমগুৰিৰ বৰাহীবাৰীত দুই শতাধিক মহিলাৰ প্ৰতিবাদ

সৰ্বাধিক সুতৰ হাৰত পইচা লোৱাৰ বাবে বৰাহী বাৰীত সৰ্বহাৰা মহিলা সকলে সজাগতা সভা কৰি মাইক্রফাইনেন্স
কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে

মাইক্রফাইনেন্স কোম্পানীসমূহে সুতৰ হাৰ হ্ৰাস নকৰালৈকে কিস্তি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰতিবাদী মহিলাসকলে

সমীৰণ দুৱৰা আমগুৰিConclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.