শিৱসাগৰ,2 জুনঃ শিৱসাগৰ জিলাত ৰূপায়ণ হোৱা ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি’ আঁচনিৰ জৰিয়তে অযোগ্য হিতাধিকাৰীয়ে ধন লাভ কৰিছে বুলি উঠা এক অভিযোগৰ সন্দৰ্ভত জিলা কৃষি বিভাগে এই আঁচনিৰ হিতাধিকাৰী সকলৰ যোগ্যতাৰ পৰীক্ষণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। জিলা কৃষি বিষয়া ভীমকান্ত গগৈয়ে সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰি কৰিছে ।
প্ৰমাণিত হ'ল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ কেলেংকাৰী - প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ কেলেংকাৰী
শিৱসাগৰত কৃষি বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ হিতাধিকাৰীৰ যোগ্যতা পৰীক্ষণ ৷ ৩৫২ গৰাকী অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তনৰ লগতে ১৩ গৰাকীয়ে উভতাই দিলে ১.০৬ লাখ টকা ৷

প্ৰমাণিত হ'ল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ কেলেংকাৰী