ETV Bharat / state

বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে জাতীয়তাবাদক সমৰ্থন কৰিব: চন্দ্ৰ বৰুৱা

শনিবাৰে আমগুৰিত এখন সংবাদমেল সম্বোধন কৰে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ৷ সংবাদমেলত দুয়োটা দলৰে বহু কেইগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থকাৰ লগতে অজাপ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী চন্দ্ৰ বৰুৱা উপস্থিত থাকে ৷ সংবাদমেলত চন্দ্ৰ বৰুৱাই কয়, আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে জাতীয়তাবাদক সমৰ্থন কৰিব ৷

বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে জাতীয়তাবাদক সমৰ্থন কৰিব: চন্দ্ৰ বৰুৱা
বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে জাতীয়তাবাদক সমৰ্থন কৰিব: চন্দ্ৰ বৰুৱা
author img

By

Published : Mar 14, 2021, 10:34 AM IST

আমগুৰি,১৪ মাৰ্চ: শনিবাৰে আমগুৰিত এখন সংবাদমেল সম্বোধন কৰে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ৷ সংবাদমেলত দুয়োটা দলৰে বহু কেইগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থকাৰ লগতে অজাপ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী চন্দ্ৰ বৰুৱা উপস্থিত থাকে ৷ সংবাদমেলত চন্দ্ৰ বৰুৱাই কয়, আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে জাতীয়তাবাদক সমৰ্থন কৰিব ৷ ৰাষ্ট্ৰীয়তাবাদ তথা আমগুৰি সমষ্টিত পৰিয়ালতন্ত্ৰবাদ আঁতৰাই প্ৰকৃত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ সমষ্টিবাসী তৎপৰ হৈছে ৷

বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে জাতীয়তাবাদক সমৰ্থন কৰিব: চন্দ্ৰ বৰুৱা

ইফালে, কংগ্ৰেছে সমষ্টিবাসীয়ে উচ্চ শিক্ষিতা নেত্ৰী বিচৰা বুলি চলোৱা প্ৰচাৰ সন্দৰ্ভত কটাক্ষ কৰি নাম উল্লেখ নকৰাকৈয়ে কংগ্ৰেছ প্ৰাৰ্থী ড° অংকিতা দত্তক সমালোচনা কৰে ৷ প্ৰাৰ্থী বৰুৱাই কয়, তেখেতৰ পিতৃৰ দৰে শিক্ষাগত অৰ্হতাক লৈ বিতৰ্ক থকা নেতায়ো পূৰ্বতে আমগুৰিক প্ৰতিনিধিত্ব কৰি গৈছে । গতিকে এইবাৰ জাতীয়তাবাদ সংস্থাপন কৰাই হ'ব নিৰ্বাচনৰ মূল ইচ্ছ্যু ৷

লগতে পঢ়ক: নিযুক্তিত সংস্কাৰ নহ'ল সোণোৱালৰ দিনত: নিৰ্বাচনত কি সিদ্ধান্ত ল'ব নিবনুৱাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.