ETV Bharat / state

আমগুৰিত ভিগেন ইণ্ডিয়াৰ শাখা মুকলি

author img

By

Published : Jan 25, 2021, 8:28 AM IST

আমগুৰিত মেচাৰ্চ আইৰিন হেল্থ কেয়াৰ' নামেৰে মুকলি কৰা হয় এটা আন্তৰাষ্ট্ৰীয় থেৰাপি প্ৰতিষ্ঠান ৷ 'ভিগেন ইণ্ডিয়া'ৰ দ্ধাৰা মুকলি কৰা হয় এই শাখাটো ৷ শাখাটো মুকলি কৰে ভিগেন ইণ্ডিয়াৰ বিষয়া ৰেৱ বৰুৱাই ৷

Opening of Vigan India branch in Amguri
আমগুৰিত ভিগেন ইণ্ডিয়াৰ শাখা মুকলি

আমগুৰি,২৫ জানুৱাৰী : শিৱসাগৰ জিলাৰ আমগুৰিত দেওবাৰে আন্তৰাষ্ট্ৰীয় থেৰাপি প্ৰতিষ্ঠান 'ভিগেন ইণ্ডিয়া'ৰ এটা শাখা মুকলি কৰা হয় । 'মেচাৰ্চ আইৰিন হেল্থ কেয়াৰ' নামেৰে আমগুৰি নাজিৰা পথত স্থাপন কৰা হয় এই শাখাটো ৷ শাখাটো মুকলি কৰে ভিগেন ইণ্ডিয়াৰ বিষয়া ৰেৱ বৰুৱাই ৷ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰ উত্তম দিহিঙ্গীয়াই আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে আমগুৰিৰ গাঁওবুঢ়া মেদিনী দুৱৰাই । এই অনুষ্ঠানত থেৰাপি প্ৰদানৰ যন্ত্ৰপাতি আনুষ্ঠানিক ভাবে মুকলি কৰা হয় । অনুষ্ঠানত ভিগেন ইণ্ডিয়াৰ লক্ষ্য আৰু উদেশ্যে সম্পৰ্কে বিশদ ভাৱে ব্যাখ্যা আগবঢ়াই ৰেৱ বৰুৱাই । অনুষ্ঠান খনত উপস্থিত থাকে ধীৰেণ কলিতা, যোগেশ্বৰ নাথ,প্ৰণৱ কুমাৰ বাঢ়ৈ, সাংবাদিক অজিত চুতীয়া, মালাশ্ৰী ফুকন, খগেন হাজৰিকা, স্থানীয় ৱাৰ্ড কমিছনাৰ দ্বিজেন বৰুৱা প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ আৰু ভিগেন ইণ্ডিয়া পৰিয়ালৰ সদস্য সকল ৷

আমগুৰিত ভিগেন ইণ্ডিয়াৰ শাখা মুকলি

অনুষ্ঠানত ভিগেন ইণ্ডিয়াৰ তৰফৰ পৰা স্থানীয় সংবাদকৰ্মী বাবুল কুমাৰ বৰুৱা, ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য, ৰমেশ কলিতা, সমীৰণ দুৱৰা,মেৰেন দিহিঙ্গীয়া, ৰূপম বৰবৰা, বাসৱৰাজ বৰুৱা,ৰাজীৱ গগৈ,নৱ চেতিয়া, গৌতম বৰুৱাক সম্বৰ্ধনা জনোৱা হয় ।

Opening of Vigan India branch in Amguri
আমগুৰিত ভিগেন ইণ্ডিয়াৰ শাখা মুকলি

অন্য এক খবৰৰ বাবে: ২৭ জানুৱাৰীত আমগুৰিত অগপৰ জাতীয় ঐক্য সমাৰোহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.