ETV Bharat / state

নাজিৰাত অ’এন জি চি ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ - অ’এন জি চি ঠিকাদাৰ সন্থা

অ’এন জি চি কৰ্তৃপক্ষৰ এ আৰ চি নিবিদা প্ৰক্ৰিয়া বন্ধৰ প্ৰতিবাদত অ’এন জি চি অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ অ’এন জি চি ঠিকাদাৰ সন্থাৰ ৷

নাজিৰাত অ’এনজিচি ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : Sep 12, 2019, 3:06 PM IST

শিৱসাগৰ, ১২ ছেপ্তেম্বৰঃ আজি অ’এন জি চি ঠিকাদাৰ সন্থাৰ প্ৰতিবাদত কপিল নাজিৰাৰ অ’এন জি চি অসম সম্পদৰ মূখ্য কাৰ্যালয় ৷ অ’এন জি চিৰ তৈলক্ষেত্ৰৰ চিভিল ঠিকা কামৰ ওপৰত অ’এন জি চি কৰ্তৃপক্ষৰ এ আৰ চি নিবিদা প্ৰক্ৰিয়া বন্ধৰ প্ৰতিবাদত অ’এন জি চি অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ ৷

নাজিৰাত অ’এনজিচি ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ

অ’এন জি চি কৰ্তৃপক্ষই থলুৱা নিৱনুৱা ঠিকাদাৰসকলৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ কৰিছে তাৰ বিৰুদ্ধে বৃহস্পতিবাৰে উলাই আহিল অবিভক্ত শিৱসাগৰ জিলাৰ অ’এন জি চি ঠিকাদাৰ সন্থা ৷ অ’এন জি চি তৈলক্ষেত্ৰৰ চিভিল কামৰ বাবে ARC নীতি প্ৰয়োগৰ কৰি থলুৱা ঠিকাদাৰক পেটে ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ এই নীতিৰ জৰিয়তে বৰ্তমান এই কামত জড়িত হৈ থকা শতাধিক ঠিকাদাৰৰ সলনি কম সংখ্যক লোকেহে ঠিকা কামত আত্মনিয়োগ কৰিব পাৰিব ৷

Intro:Body:NABUL KONWAR
DATE-12/9/2019
NAZIRA, ASSAM.

নাজিৰা, ১২ চেপ্তেম্বৰ- ONGC ঠিকাদাৰ সন্থাৰ প্ৰতিবাদত কপিলা নাজিৰাৰ ONGC অসম সম্পদৰ মূখ্য কাৰ্যালয়৷ ONGC ৰ তৈলক্ষেত্ৰৰ চিভিল ঠিকা কামৰ ওপৰ ONGC কৰ্তৃপক্ষৰ ARC নিবিদা প্ৰক্ৰিয়া বন্ধৰ প্ৰতিবাদত ONGC অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ ৷
V/O- মহাৰত্ন কোম্পানী খ্যাত ONGC কৰ্তৃপক্ষই থলুৱা নিবনুৱা ঠিকাদাৰ সকলক পেটেভাতে মৰাৰ যি ষড়যন্ত্ৰ কৰিছে তাৰ বিৰুদ্ধে বৃহস্পতিবাৰে উলাই আহিল অবিভক্ত শিৱসাগৰ জিলাৰ ONGC ঠিকাদাৰ সন্থা ৷ ONGC তৈলক্ষেত্ৰৰ চিভিল কামৰ বাবে ARC নীতি প্ৰয়োগৰ কৰি থলুৱা ঠিকাদাৰক পেটে ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ যি নীতিৰ জড়িয়তে বৰ্তমান এই কামত জড়িত হৈ থকা শতাধিক ঠিকাদাৰৰ সলনি মাত্ৰ কাম সংখ্যক লোকে ঠিকা কামত আত্ম নিয়োগ কৰিব পাৰিব৷ ONGC এই চিভিল ARC প্ৰতিবাদতে বৃহস্পতিবাৰে অবিভক্ত শিৱসাগৰ জিলাৰ শতাধিক ঠিকাদাৰ উলায় আহি নাজিৰাস্থিত ONGC অসম সম্পদৰ মুখ্য কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷
বাইট- ঠিকাদাৰ সন্থাৰ বিষয়ববীয়া৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.