আমগুৰি,২৫জুন : চলচিত্ৰ জগতলৈ সুখবৰ । শিৱসাগৰ জিলাৰ অন্যতম সাংস্কৃতিক নগৰ আমগুৰিৰ পৰা শীঘ্ৰে মুক্তি পাব পূৰ্ণদৈঘ্যৰ বোলছবি "তুমি আৰু মই"। ইতিমধ্যে আমগুৰিত প্ৰদৰ্শিত হ'ল নতুন অসমীয়া বোলছৱি "তুমি আৰু মই"ৰ প্ৰমো । শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা নিৰ্মিত প্ৰথমখন অসমীয়া পূৰ্ণদৈঘ্যৰ কথা ছবি "তুমি আৰু মই" ৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে । আগন্তুক দুৰ্গাপূজাৰ পূৰ্বে এই ছবিখন মুক্তি দিয়া হ'ব । ছবি খনৰ পৰিচালক হ'ল উদীয়মান যুৱক তথা নাট্যকাৰ ৰমেন গগৈৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিছালনাত নিৰ্মিত কথা ছবিখনৰ দৃশ্য গ্ৰহণ আমগুৰিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত কৰা হৈছে। অসমৰ কেবাগৰাকীও ন-পুৰণি শিল্পীয়ে অভিনয় কৰা ছবিখনৰ সংগীতত কল্লোল বৰঠাকুৰ,ৰাকেশ ৰিয়ান ,চয়নিকা ভূঞাকে আদি কৰি অসমৰ বহুকেইগৰাকী কন্ঠশিল্পীয়ে কন্ঠদান কৰিছে ।
শীঘ্ৰে মুক্তি লাভ কৰিব 'তুমি আৰু মই' - ,চয়নিকা ভূঞা
শিৱসাগৰ জিলাৰ অন্যতম সাংস্কৃতিক নগৰ আমগুৰিৰ পৰা শীঘ্ৰে মুক্তি পাব পূৰ্ণদৈঘ্যৰ বোলছবি "তুমি আৰু মই"।
আমগুৰি,২৫জুন : চলচিত্ৰ জগতলৈ সুখবৰ । শিৱসাগৰ জিলাৰ অন্যতম সাংস্কৃতিক নগৰ আমগুৰিৰ পৰা শীঘ্ৰে মুক্তি পাব পূৰ্ণদৈঘ্যৰ বোলছবি "তুমি আৰু মই"। ইতিমধ্যে আমগুৰিত প্ৰদৰ্শিত হ'ল নতুন অসমীয়া বোলছৱি "তুমি আৰু মই"ৰ প্ৰমো । শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা নিৰ্মিত প্ৰথমখন অসমীয়া পূৰ্ণদৈঘ্যৰ কথা ছবি "তুমি আৰু মই" ৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে । আগন্তুক দুৰ্গাপূজাৰ পূৰ্বে এই ছবিখন মুক্তি দিয়া হ'ব । ছবি খনৰ পৰিচালক হ'ল উদীয়মান যুৱক তথা নাট্যকাৰ ৰমেন গগৈৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিছালনাত নিৰ্মিত কথা ছবিখনৰ দৃশ্য গ্ৰহণ আমগুৰিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত কৰা হৈছে। অসমৰ কেবাগৰাকীও ন-পুৰণি শিল্পীয়ে অভিনয় কৰা ছবিখনৰ সংগীতত কল্লোল বৰঠাকুৰ,ৰাকেশ ৰিয়ান ,চয়নিকা ভূঞাকে আদি কৰি অসমৰ বহুকেইগৰাকী কন্ঠশিল্পীয়ে কন্ঠদান কৰিছে ।
অসমৰ বোলছবি জগতলৈ সুখবৰ। শিৱসাগৰ জিলাৰ অন্যতম সাংস্কৃতিক নগৰ আমগুৰিৰ পৰা শীঘ্ৰে মুক্তি পাব পূৰ্ণদৈঘ্যৰ বোলছবি "তুমি আৰু মই"।
ইতিমধ্যে আমগুৰিত প্ৰদৰ্শিত হ'ল নতুন অসমীয়া কথাছৱি "তুমি আৰু মই"ৰ প্ৰমো শ্ব' ।
শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা নিৰ্মিত প্ৰথম খন অসমীয়া পূৰ্ণদৈঘ্যৰ কথা ছবি "তুমি আৰু মই" ৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আগন্তুক দুৰ্গাপূজাৰ আগে আগে মুক্তি দিব পৰাকৈ সাজু হোৱা এই ছবিখনৰ প্ৰমো শ্ব' আমগুৰিৰ কেন্দ্ৰীয় পুথিভঁৰাল ত প্ৰদৰ্শিত কৰা হ'ল। ছবি খনৰ পৰিচালক হ'ল উদীয়মান যুৱক তথা নাট্যকাৰ ৰমেন গগৈৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিছালনাত নিৰ্মিত কথা ছবিখনৰ দৃশ্য গ্ৰহণ আমগুৰিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আশে পাশে কৰা হৈছে। অসমৰ কেবাগৰাকীও ন-পুৰণি শিল্পীয়ে অভিনয় কৰা ছবিখনৰ সংগীতত কল্লোল বৰঠাকুৰ,ৰাকেশ ৰিয়ান ,চয়নিকা ভূঞাকে আদি কৰি অসমৰ বহুকেইগৰাকী কন্ঠশিল্পীয়ে কন্ঠদান কৰিছে ।Conclusion: