ETV Bharat / state

শিৱসাগৰত গণ প্ৰহাৰৰ ঘটনা

author img

By

Published : Aug 14, 2019, 2:34 PM IST

Updated : Aug 14, 2019, 4:46 PM IST

নামতি সাপ্তাহিক বজাৰত বৃহস্পতিবাৰে একাংশ লোকৰ অত্যাচাৰত প্ৰাণ গৈছিল নাজিৰাৰ ৰজাপুলৰ নিবাসী শান্তুনু বৰগোঁহাই নামৰ লোকজনৰ

শিৱসাগৰত মৰেল পুলিচিং

  • শিৱসাগৰ নামতিত গণ প্ৰহাৰৰ ঘটনা
  • নামতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘটনাৰ লগত জড়িত তিনি অভিযুক্তক
  • গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইটা ক্ৰমে সঞ্জীৱ শইকীয়া,প্ৰশান্ত দুৱৰা আৰু পদুম গগৈ
  • নামতি সাপ্তাহিক বজাৰত বৃহস্পতিবাৰে গণ প্ৰহাৰৰ ঘটনাত প্ৰাণ গৈছিল নাজিৰাৰ ৰজাপুলৰ নিবাসী শান্তুনু বৰগোঁহাইৰ
  • ৰাজপথতে যুৱকৰ হাত বান্ধি মানসিক অত্যাচাৰ চলাইছিল তিনিজন লোকে
    শিৱসাগৰত গণ প্ৰহাৰৰ ঘটনা
  • পাছত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় যুৱকজনৰ
  • ঘটনাৰ এক ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতে সৰ্বত্ৰে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ
  • অৱশেষত মঙলবাৰে নিশা নামতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি অভিযুক্তক

Intro:আমগুৰি ব্ৰেকিং
…………………………………………………………

শিৱসাগৰ নামতিত মৰেল পুলিচিংৰ ঘটনা।

নামতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে
ঘটনাৰ লগত জড়িত তিনিটাক

গ্ৰেপ্তাৰ হৈছে সঞ্জীৱ শইকীয়া (মগৰাহাট, ব্যৱসায়ী), প্ৰশান্ত দুৱৰা ( বামুণবাৰী, ব্যৱসায়ী) আৰু পদুম গগৈ (কুকুৰাছোৱা, লেচী)।

উল্লেখ্য যে নামতি সাপ্তাহিক বজাৰত মৰেল পুলিচিঙৰ অত্যাচাৰত প্ৰাণ গৈছিল
শান্তুনু (জিতু) বৰগোঁহাই নামৰ যুৱকজনৰ।

ৰাজপথতে যুৱকৰ হাত বান্ধি মানসিক অত্যাচাৰ চলাই ৰং চাইছিল সভ্য সমাজৰ মানুহে। অৱশেষত যুৱকজনৰ চিকিৎসালয়ত মৃত্যুৰ পিছতে সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ।

নামতি আৰক্ষী প্ৰশাসনৰ নিস্ক্ৰিয়তাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। মৰেল পুলিচিগিৰি কৰা অভিযুক্তক ৰক্ষনাবেক্ষণৰ অভিযোগ উঠাৰ পিছতেই যোৱা নিশা নামতি আৰক্ষীয়ে তিনিটাক গ্ৰেপ্তাৰ কৰে।

বৃহস্পতিবাৰে দিনৰ পোহৰত সংঘটিত হৈছিল এই নাৰকীয় জঘন্য কাণ্ড।
নাজিৰাৰ ৰজাপুল নিবাসী শান্তুনু (জিতু) বৰগোঁহাইয়ে যোৰহাটৰ পৰা নামতিস্থিত বায়েকৰ ঘৰত সোমাই ঘৰলৈ উভতাৰ পথতেই বৃহস্পতিবৰীয়া বজাৰত সংঘটিত হৈছিল এই জঘন্য ঘটনা।
এই ঘটনাৰ এক ভিডিঅ' ক্লিপ ভাইৰেল হৈ পৰাত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। উক্ত ঘটনাৰ সময়ত শান্তুনুক সুৰাসক্ত অৱস্থাত হাতত বান্ধি একাংশ মৰেল পুলিচে জেৰা কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হৈছে। পৰৱৰ্তী সময়ত স্থানীয় কোনো লোকৰ কৃপাত স্থানীয় আৰক্ষীয়ে শান্তুনুক উদ্ধাৰ কৰা লগতে বায়েকক খবৰ দিয়াত বায়েকে শান্তুনুক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসাধীন অৱস্থাত কৰুণ মৃত্যুক আকোৱালি লয় যুৱকজনে। মূহুৰ্ততে এটি পৰিয়াললৈ নামি আহে অমানিশা। নিজৰ একমাত্ৰ সন্তানক হেৰুৱাই হুদা হৈ পৰে এহাল পিতৃ মাতৃৰ বুকু। এগৰাকী পত্নীয়ে হেৰুৱাবলগীয়া হয় নিজৰ স্বামীক। আঠ বছৰীয়া সন্তানটিয়ে হেৰুৱাবলগীয়া হয় পিতৃ। এটা আঠবছৰীয়া সন্তানৰ পিতৃ শান্তুনুৰ মৃত্যুত এতিয়া শোকস্তব্ধ পৰিয়ালবৰ্গ।

Body:আমগুৰি ব্ৰেকিং
…………………………………………………………

শিৱসাগৰ নামতিত মৰেল পুলিচিংৰ ঘটনা।

নামতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে
ঘটনাৰ লগত জড়িত তিনিটাক

গ্ৰেপ্তাৰ হৈছে সঞ্জীৱ শইকীয়া (মগৰাহাট, ব্যৱসায়ী), প্ৰশান্ত দুৱৰা ( বামুণবাৰী, ব্যৱসায়ী) আৰু পদুম গগৈ (কুকুৰাছোৱা, লেচী)।

উল্লেখ্য যে নামতি সাপ্তাহিক বজাৰত মৰেল পুলিচিঙৰ অত্যাচাৰত প্ৰাণ গৈছিল
শান্তুনু (জিতু) বৰগোঁহাই নামৰ যুৱকজনৰ।

ৰাজপথতে যুৱকৰ হাত বান্ধি মানসিক অত্যাচাৰ চলাই ৰং চাইছিল সভ্য সমাজৰ মানুহে। অৱশেষত যুৱকজনৰ চিকিৎসালয়ত মৃত্যুৰ পিছতে সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ।

নামতি আৰক্ষী প্ৰশাসনৰ নিস্ক্ৰিয়তাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। মৰেল পুলিচিগিৰি কৰা অভিযুক্তক ৰক্ষনাবেক্ষণৰ অভিযোগ উঠাৰ পিছতেই যোৱা নিশা নামতি আৰক্ষীয়ে তিনিটাক গ্ৰেপ্তাৰ কৰে।

বৃহস্পতিবাৰে দিনৰ পোহৰত সংঘটিত হৈছিল এই নাৰকীয় জঘন্য কাণ্ড।
নাজিৰাৰ ৰজাপুল নিবাসী শান্তুনু (জিতু) বৰগোঁহাইয়ে যোৰহাটৰ পৰা নামতিস্থিত বায়েকৰ ঘৰত সোমাই ঘৰলৈ উভতাৰ পথতেই বৃহস্পতিবৰীয়া বজাৰত সংঘটিত হৈছিল এই জঘন্য ঘটনা।
এই ঘটনাৰ এক ভিডিঅ' ক্লিপ ভাইৰেল হৈ পৰাত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। উক্ত ঘটনাৰ সময়ত শান্তুনুক সুৰাসক্ত অৱস্থাত হাতত বান্ধি একাংশ মৰেল পুলিচে জেৰা কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হৈছে। পৰৱৰ্তী সময়ত স্থানীয় কোনো লোকৰ কৃপাত স্থানীয় আৰক্ষীয়ে শান্তুনুক উদ্ধাৰ কৰা লগতে বায়েকক খবৰ দিয়াত বায়েকে শান্তুনুক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসাধীন অৱস্থাত কৰুণ মৃত্যুক আকোৱালি লয় যুৱকজনে। মূহুৰ্ততে এটি পৰিয়াললৈ নামি আহে অমানিশা। নিজৰ একমাত্ৰ সন্তানক হেৰুৱাই হুদা হৈ পৰে এহাল পিতৃ মাতৃৰ বুকু। এগৰাকী পত্নীয়ে হেৰুৱাবলগীয়া হয় নিজৰ স্বামীক। আঠ বছৰীয়া সন্তানটিয়ে হেৰুৱাবলগীয়া হয় পিতৃ। এটা আঠবছৰীয়া সন্তানৰ পিতৃ শান্তুনুৰ মৃত্যুত এতিয়া শোকস্তব্ধ পৰিয়ালবৰ্গ।Conclusion:
Last Updated : Aug 14, 2019, 4:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.