ETV Bharat / state

Mob Lynching in Jorhat : নীৰজ দাসৰ মৃত্যুৰ পাছতে আনন্দৰ বন্যা আমগুৰিত - Joy in Amguri

নীৰজ দাসৰ মৃত্যু পাছতে আমগুৰিত দল-সংগঠনৰ মিঠাই বিতৰণ । যোৰহাটৰ বৰ্বৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাসৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা(Neeraj Das dies in accident)ৰ পাছতে আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে আমগুৰিত ৷

Joy in Amguri After Death of Neeraj Das
নীৰজ দাসৰ মৃত্যুৰ পাছতে আনন্দৰ বন্যা আমগুৰিত
author img

By

Published : Dec 1, 2021, 7:48 PM IST

আমগুৰি, ১ ডিচেম্বৰ: শিৱসাগৰ জিলাৰ আমগুৰিত দল-সংগঠনৰ মিঠাই বিতৰণ । যোৰহাটৰ বৰ্বৰ হত্যাকাণ্ডৰ(Mob Lynching in Jorhat)মূল অভিযুক্ত নীৰজ দাসৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱাৰ পাছতে আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে আমগুৰিত(Joy in Amguri After Death of Neeraj Das) ৷ আৰক্ষী-প্ৰশাসন, সংবাদকৰ্মীক ধন্যবাদ জ্ঞাপন কৰি মিঠাই বিতৰণ কৰিলে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই ।

আৰক্ষীৰ বিষয়াকো চেলেং চাদৰেৰে সম্বৰ্ধনা জনালে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই । নীৰজ দাস নামৰ কুখ্যাত অপৰাধীটোৰ নেতৃত্বত এদল লোকে দলবদ্ধ আক্ৰমণ কৰি অনিমেষ ভূঞা নামৰ যুৱকজনক হত্যা কৰাৰ উপৰিও আন দুজনক গুৰুতৰভাৱে আহত কৰে(Assam student leader lynching case)। ইয়াৰ পাছতে ক্ষীপ্ৰ অভিযান চলাই যোৰহাট আৰক্ষীয়ে 13 জন অভিযুক্তক আটক কৰে ৷

নীৰজ দাসৰ মৃত্যুৰ পাছতে আনন্দৰ বন্যা আমগুৰিত

পৰৱৰ্তী সময়ত মূল অভিযুক্ত নীৰজ দাসো আৰক্ষীৰ জালত পৰে(Main accused Neeraj Das)। ৰাজ্যবাসীয়ে ঘটনাৰ লগত জড়িত অভিযুক্তক কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰাৰ সময়তে বুধবাৰে পুৱতি নিশা আৰক্ষীৰ বাহনৰ পৰা জপিয়াই পলাবলৈ চেষ্টা কৰা কুখ্যাত অপৰাধী নীৰজ দাস দুৰ্ঘটনাত নিহত(Main accused Neeraj Das dies in accident) হোৱাৰ খবৰ বিয়পি পৰা পাছতে ৰাজ্যৰ বিভিন্ন ঠাইত আনন্দৰ বন্যা দখা গৈছে ৷

লগতে পঢ়ক: Mob Lynching in Jorhat : অভিযুক্তক চিনাক্তকৰণৰ বাবে ৰাইজলৈ আহ্বান আৰক্ষী অধীক্ষকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.