আমগুৰি, 06 ছেপ্তেম্বৰঃ আমগুৰিৰ আন্ত:ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত সাংবাদিক বৰ্ণালী বৰুৱা আৰু তেওঁৰ স্বামী এতিয়া ব্যস্ত পশু পালনত ৷ প্ৰায় নব্বৈ দশকৰ পৰা সাংবাদিকতাক পেচা হিচাপে গ্ৰহণ কৰি অহা বৰ্ণালী বৰুৱাই নিজ সেৱাৰ বাবে সৰোজিনী নাইডু বঁটা, কুঞ্জৱালা দেৱী সোঁৱৰণী বঁটা, কণক চন্দ্ৰ শৰ্মা বঁটাকে ধৰি সাংবাদিকতাৰ ক্ষেত্ৰত সাতটাৰো অধিক বটাঁ লাভ কৰিছিল ৷ পিছে এতিয়া সাংবাদিকতাৰ সমান্তৰাল ভাৱে বৰ্ণালী বৰুৱা ব্যস্ত পশু পালনত ৷ দেশী বিদেশী বিভিন্ন প্ৰজাতিৰ ছাগলী পালনেৰে সাংবাদিক দম্পত্তি হালে পশু পালনৰ জৰিয়তে কিদৰে স্বাৱলম্বী হ'ব পাৰি তাৰ নিদৰ্শন দাঙি ধৰাৰ প্ৰয়াস কৰিছে ৷ চাওক এই প্ৰতিবেদনঃ
পশু পালনত ব্য়স্ত আন্ত:ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত সাংবাদিক দম্পত্তি - বৰ্ণালী বৰুৱা আমগুৰি
আন্ত:ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত সাংবাদিক বৰ্ণালী বৰুৱা আৰু তেওঁৰ স্বামী এতিয়া ব্যস্ত পশু পালনত ৷ দেশী বিদেশী বিভিন্ন প্ৰজাতিৰ ছাগলী পালনেৰে পশু পালনৰ জৰিয়তে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰাৰ প্ৰয়াস দম্পত্তি হালৰ ৷চাওক এই প্ৰতিবেদনঃ
আমগুৰি, 06 ছেপ্তেম্বৰঃ আমগুৰিৰ আন্ত:ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত সাংবাদিক বৰ্ণালী বৰুৱা আৰু তেওঁৰ স্বামী এতিয়া ব্যস্ত পশু পালনত ৷ প্ৰায় নব্বৈ দশকৰ পৰা সাংবাদিকতাক পেচা হিচাপে গ্ৰহণ কৰি অহা বৰ্ণালী বৰুৱাই নিজ সেৱাৰ বাবে সৰোজিনী নাইডু বঁটা, কুঞ্জৱালা দেৱী সোঁৱৰণী বঁটা, কণক চন্দ্ৰ শৰ্মা বঁটাকে ধৰি সাংবাদিকতাৰ ক্ষেত্ৰত সাতটাৰো অধিক বটাঁ লাভ কৰিছিল ৷ পিছে এতিয়া সাংবাদিকতাৰ সমান্তৰাল ভাৱে বৰ্ণালী বৰুৱা ব্যস্ত পশু পালনত ৷ দেশী বিদেশী বিভিন্ন প্ৰজাতিৰ ছাগলী পালনেৰে সাংবাদিক দম্পত্তি হালে পশু পালনৰ জৰিয়তে কিদৰে স্বাৱলম্বী হ'ব পাৰি তাৰ নিদৰ্শন দাঙি ধৰাৰ প্ৰয়াস কৰিছে ৷ চাওক এই প্ৰতিবেদনঃ
Samiran Duarah Amguri
6/9/19
আমগুৰি, ৬ ছেপ্টেম্বৰ:
আন্ত:ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত আমগুৰিৰ এগৰাকী সাংবাদিকৰ জীৱন সংগ্ৰাম। ছাগলী পালনেৰে স্বাৱলম্বী হৈছে চাৰিং দুৱৰাপাৰৰ এহাল সাংবাদিক দম্পত্তি।
সাংবাদিকতাৰ সৰোজিনী নাইডু বঁটাপ্ৰাপ্ত সাংবাদিক বৰ্ণালী বৰুৱা আৰু সাংবাদিক স্বামী মহেন্দ্ৰ দুৱৰা বৰ্তমান ব্যস্ত ছাগলী পালনত। নব্বৈ দশকৰপৰা সাংবাদিকতাক নিচা হিচাপে লৈ যোৱা ১০ বছৰে সংবাদসেৱা কৰি সাঁতটাৰো অধিক সাংবাদিকতা বঁটা লাভ কৰিছে সাংবাদিক বৰ্ণালী বৰুৱাই। কুঞ্জৱালা দেৱী সোৱৰণী বটা, কণক চন্দ্ৰ শৰ্মাকে ধৰি বহুকেইটা
বঁটাপ্ৰাপ্ত বৰ্ণালী বৰুৱাই একাগ্ৰ আৰু ধৈৰ্যৰে জীৱন নিৰ্বাহৰ বাবে ছাগলী পালন কৰিছে। এইহাল দম্পত্তিয়ে ছাগলী পালন কৰি নৱপ্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ হৈ উঠিছে।
দেশী বিদেশী বিভিন্ন প্ৰজাতিৰ ৰাজস্থানৰ চিৰহী, পঞ্জাবৰ বিটেল, আসাম হিল গট, যমুনাপাৰীকে ধৰি শতাধিক ছাগলীৰ গৰাকী সাংবাদিক দম্পত্তি।
নিজ গৃহতে ছাগলী উৎপাদন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈ উঠা সাংবাদিক দম্পত্তি যুৱপ্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ।
আমগুৰিৰপৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসমConclusion: