ETV Bharat / state

শিৱসাগৰ ৰেলৱে কলনিত বিলাতী সুৰা জব্দ

author img

By

Published : Apr 4, 2020, 5:28 PM IST

শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে সুৰাখিনি

বিলাতী সুৰা জব্দ
বিলাতী সুৰা জব্দ

শিৱসাগৰ, 4 এপ্ৰিলঃ বৃহস্পতিবাৰে নিশা শিৱসাগৰ ৰেলৱে কলনিৰ কোৱাটাৰত পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ ৷ শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে সুৰাখিনি ৷ ৰেলৱেৰ গেটমেন মন্টোৰাম অধিকাৰীৰ কোৱাৰ্টাৰত অভিযান চলাই আৰক্ষীয়ে সুৰাখিনি জব্দ কৰাৰ লগতে আটক কৰে অধিকাৰীক ৷ জানিব পৰা মতে, লকডাউনৰ সময়ছোৱাত অবৈধ মদৰ বেপাৰৰ বাবে মজুত ৰখা হৈছিল বিলাতী সুৰাখিনি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.