শিৱসাগৰ, 17 ফেব্ৰুৱাৰী : মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কত ফেচবুকত বিৰূপ মন্তব্য কৰি বিপদত পৰিছে শিৱসাগৰৰ এগৰাকী যুৱতী । শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে নাং নয়নমণি গগৈ নামৰ যুৱতী গৰাকীক । মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কন্যাৰ এখন ফটো সামাজিক মাধ্যম ফেচবুকত দি বিৰূপ মন্তব্য কৰি বৰ্তমান চৰ্চাত আছে এইগৰাকী শিৱসাগৰৰ যুৱতী । বৰ্তমানলৈকে শিৱসাগৰ আৰক্ষীয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত আছে ।
লগতে পঢ়ক: বিশ্বকৰ্মাৰ লগত কোনে তুলনা কৰিলে হিমন্ত বিশ্ব শৰ্মাক !