নাজিৰা, 19 ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে বিয়লি সংঘটিত এক জঘন্য হত্যাকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নাজিৰাত ৷ নাজিৰাৰ চণ্টক বগদাই গাঁৱত বৃহস্পতিবাৰৰ বিয়লিভাগত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড । ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই গাওঁখনৰেই পদ্মা গগৈ নামৰ এগৰাকী বিবাহিতা মহিলাক হত্যা কৰি পেলাই থৈ যায় । তেজেৰে তুমুৰলি হৈ থকা মাতৃৰ নিথৰ দেহ পোন প্ৰথমে প্ৰত্যক্ষ কৰে মৃত পদ্মা গগৈৰ কন্যাই । কিন্তু কি কাৰণত দুৰ্বৃত্তই এইদৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ মহিলা গৰাকীক হত্যা কৰি থৈ গ'ল সেই কথা এতিয়াও পোহৰলৈ অহা নাই । স্বামী প্ৰণৱ গগৈ ভাষ্য অনুসৰি আজি লৈকে কাৰো লগত কোনো কাজিয়া নাছিল মহিলাগৰাকীৰ ৷ কিন্তু কিয় দুৰ্বৃত্তই এইদৰে পদ্মা গগৈক হত্যা কৰি থৈ গ'ল তাকে লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনাৰ পিছতেই বিহুবৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তৰ পিছতহে হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিব ।
নাজিৰাত নৃশংস হত্যাকাণ্ড
এটা লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গ'ল নাজিৰা ৷ নিজ ঘৰতে বিবাহিতা মহিলাক হত্যা কৰি পেলাই থৈ গ'ল দুৰ্বৃত্তই ৷
নাজিৰা, 19 ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে বিয়লি সংঘটিত এক জঘন্য হত্যাকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নাজিৰাত ৷ নাজিৰাৰ চণ্টক বগদাই গাঁৱত বৃহস্পতিবাৰৰ বিয়লিভাগত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড । ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই গাওঁখনৰেই পদ্মা গগৈ নামৰ এগৰাকী বিবাহিতা মহিলাক হত্যা কৰি পেলাই থৈ যায় । তেজেৰে তুমুৰলি হৈ থকা মাতৃৰ নিথৰ দেহ পোন প্ৰথমে প্ৰত্যক্ষ কৰে মৃত পদ্মা গগৈৰ কন্যাই । কিন্তু কি কাৰণত দুৰ্বৃত্তই এইদৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ মহিলা গৰাকীক হত্যা কৰি থৈ গ'ল সেই কথা এতিয়াও পোহৰলৈ অহা নাই । স্বামী প্ৰণৱ গগৈ ভাষ্য অনুসৰি আজি লৈকে কাৰো লগত কোনো কাজিয়া নাছিল মহিলাগৰাকীৰ ৷ কিন্তু কিয় দুৰ্বৃত্তই এইদৰে পদ্মা গগৈক হত্যা কৰি থৈ গ'ল তাকে লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনাৰ পিছতেই বিহুবৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তৰ পিছতহে হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিব ।
DATE- 19/9/2019
NAZIRA, ASSAM.
নাজিৰা, ১৯ চেপ্তেম্বৰ- পুনৰ এক জঘন্য হত্যাকাণ্ডই জোকাৰি গল নাজিৰা৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী বিবাহিতা মহিলাক কোনো দূৰ্বিত্তই হত্যা কৰি পেলাই থৈ যায় ৷ নাজিৰাৰ চণ্টক বগদাই গাঁৱত আজি বিয়লি সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড।ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই হত্যা কৰি থৈ গ'ল পদ্মা গগৈ নামৰ ৪৫বছৰীয়া বিবাহিতা মহিলা গৰাকীক। তেজেৰে তুমুৰল হৈ থকা মাতৃৰ নিথৰ দেহ পোন প্ৰথমে প্ৰত্যক্ষ কৰে মৃত পদ্মা গগৈৰ কন্যাই। মূৰতো আঘাতৰ চিন স্পষ্ট । কিন্তুু কি কাৰণত দুৰ্বৃত্তই এইদৰে ঘৰত কোনো নথকা সুযোগ লৈ মহিলা গৰাকীক কি কাৰনত হত্যা কৰি থৈ গ'ল হেই কথা এতিয়াও পোহৰলৈ অহা নাই। স্বামী প্ৰণৱ গগৈ ভাষ্য অনুসৰি আজি লৈকে কাৰো লগত কোনো কাজিয়া নাছিল মহিলা গৰাকীৰ৷ কিন্তু যোৱাকালি মৃত পদ্মা গগৈৰ ঘৰৰ এজনী ছাগলীয়ে গাঁৱৰে এঘৰত ধান খাইছিল ফলত কাজিয়াৰ সূত্ৰপাত হৈছিল । কিন্তু কিয় দুৰ্বৃত্তই এইদৰে পদ্মা গগৈক হত্যা কৰি থৈ গ'ল তাকে লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ পিছতেই বিহুবৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পিছতহে হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিব।
বাইট- স্বামী৷Conclusion: