ETV Bharat / state

যুৱকৰ পৰা দুৰ্বত্তই কাঢ়ি নিলে ধন ! - এজন চাহপাত ব্যৱসায়ী

বাইকত অহা দুজন যুৱকে শিৱসাগৰ জিলাৰ গেলেকীৰ দুজন যুৱকৰ পৰা লুটি নিলে তিনি লাখ ৷ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ৷

যুৱকৰ পৰা দুৰ্বত্তই কাঢ়ি নিলে ধন
author img

By

Published : Aug 29, 2019, 6:43 PM IST

শিৱসাগৰ,29আগষ্ট : শিৱসাগৰ জিলাৰ গেলেকীত সংঘটিত হয় ধন লুটৰ ঘটনা ৷ পাঞ্জাৱ নেচনেল বেংকৰ পৰা উলিয়াই অনা তিনি লাখ টকা কাঢ়ি নিলে দুৰ্বত্তই ৷

যুৱকৰ পৰা দুৰ্বত্তই কাঢ়ি নিলে ধন

ঘটনা অনুসৰি, গেলেকীৰ তমিজুৰ ৰহমান নামৰ এজন চাহপাত ব্যৱসায়ীয়ে শ্ৰমিকৰ দৰমহাৰ বাবে বেংকৰ পৰা তিনি লাখ টকা উলিয়াই আনিবলৈ দিছিল তেওঁৰ গাড়ী চালক জিন্তু গগৈক । জিন্তু গগৈয়ে মিঠু গগৈ নামৰ যুৱকজনৰ সৈতে টকাখিনি উলিয়াই জিলাখনৰ টেম্পল ৰোডৰ ৰাধাৰাণী ফাৰ্মাচীৰ সন্মুখত পাৰ্ক কৰা গাড়ীৰ ওচৰলৈ খোজকাঢ়ি আহি আছিল ৷ এই সময়তে পালচাৰ বাইকত অহা দুজনীয়া দুৰ্বত্তই মিঠু গগৈৰ হাতত থকা ধনৰ টোপোলাটো কাঢ়ি উধাও হয় ৷ ইফালে, এই ঘটনাৰ পাচতেই অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ঘটনা সম্পৰ্কে শিৱসাগৰ সদৰ থানাত দাখিল কৰা হৈছে এজাহাৰ ৷

Intro:Body:শিৱসাগৰ নগৰত পুনৰ ধন লুট।পঞ্জাৱ নেচনেল বেংকৰ পৰা উইড্ৰ কৰি অনা তিনি লাখ টকা লুট কৰিলে ডকাইতে।গেলেকীৰ তমিজুৰ ৰহমান নামৰ এজন চাহপাত ব্যৱসায়ীয়ে শ্ৰমিক দৰমহাৰ বাবে বেংকৰ পৰা তিনি লাখ টকা উইড্ৰ কৰিব দিছিল তেওঁৰ গাড়ী চালক জিন্তু গগৈক।টকা লৈ জিন্তু আৰু মিঠু গগৈ নামৰ যুৱক দুজন নগৰৰ টেম্পল ৰোডৰ ৰাধাৰাণী ফাৰ্মাচীৰ সন্মুখত পাৰ্ক কৰা গাড়ীৰ ওচৰলৈ খোজকাঢ়ি যাওঁতে পালচাৰ বাইকত অহা দুজনীয়া ডকাইতে ধনৰ টোপোলা মিঠু গগৈৰ পৰা কাঢ়ি উধাও হয়।ঘটনা সম্পৰ্কে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে।উল্লেখযোগ্য যে শিৱসাগৰ নগৰত এনে দিন ডকাইতি সঘনাই সংঘটিত হব ধৰিছে যদিও অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.