ETV Bharat / state

আমগুৰিত 6 বছৰে সম্পূৰ্ণ ন'হল মডেল চিকিৎসালয়

author img

By

Published : Jan 20, 2021, 9:37 AM IST

চিকিৎসালয় খনৰ নিৰ্মাণ কাৰ্যৰ দুৰ্নীতিৰ তদন্ত বিচাৰি আৰু শীঘ্ৰে মুকলি কৰাৰ দাবীত ২৩ জানুৱাৰীত জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাত প্ৰতিবাদ কৰাৰ কথা উল্লেখ কৰিছে টাই আহোম যুৱ পৰিষদে ৷

আমগুৰিত 6 বছৰে সম্পূৰ্ণ ন'হল মডেল চিকিৎসালয়
আমগুৰিত 6 বছৰে সম্পূৰ্ণ ন'হল মডেল চিকিৎসালয়

আমগুৰি,২০ জানুৱাৰী: আমগুৰিত 6 বছৰে সম্পূৰ্ণ ন'হল চামগুৰি মডেল চিকিৎসালয়ৰ ৷ ইপিনে চিকিৎসালয় খনৰ নিৰ্মাণ কাৰ্যৰ দুৰ্নীতিৰ তদন্ত বিচাৰি আৰু শীঘ্ৰে মুকলি কৰাৰ দাবীত ২৩ জানুৱাৰীত জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাত প্ৰতিবাদ কৰাৰ কথা উল্লেখ কৰিছে টাই আহোম যুৱ পৰিষদে ৷

উল্লেখযোগ্য যে, ২০১৪ চনতে নিৰ্মাণৰ আধাৰশিলা কৰি যোৱা ছটা বছৰে মুকলি নকৰা চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য লেহেমীয়া হোৱাৰ লগতে পকী ৱালৰ বিভিন্ন অংশত ফাট মেলাৰ অভিযোগ কৰিছে টাই আহোম যুৱ পৰিষদৰ নেতা সকলে ৷ সম্প্ৰতি চিকিৎসালয়খন পৰিদৰ্শনৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে টাই আহোম যুৱ পৰিষদে । অন্যথা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ।লগতে পঢ়কঃ কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.