ETV Bharat / state

সোণাৰিত কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা

author img

By

Published : Mar 1, 2020, 4:14 AM IST

সোণাৰিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত কৰা হয় জনজাগৰণ যাত্ৰা ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ,চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত সোণাৰিত কংগ্ৰেছ দলে অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত বাহিৰ কৰে এই জনজাগৰণ যাত্ৰা ।

Congress rally at Sonari Sivsagar assam etv bharat news
জনজাগৰণ যাত্ৰা

সোণাৰি,29 ফেব্ৰুৱাৰীঃ সোণাৰিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত কৰা হয় জনজাগৰণ যাত্ৰা ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ,চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত সোণাৰিত কংগ্ৰেছ দলে অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত বাহিৰ কৰে এই জনজাগৰণ যাত্ৰা । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে পশ্চিম অভয়পুৰ,সাপেখাতী আৰু সোণাৰি টাউন ব্লক কংগ্ৰেছ কমিটীয়ে ৷ কাৰ্যসূচীৰ অংশ হিচাপে পদযাত্ৰা বাহিৰ কৰি দলটোৱে বিজেপি দলৰ জনবিৰোধী কামসমূহৰ তীব্ৰ সমালোচনা কৰে ।

কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা

সোণাৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা,জ্যেষ্ঠ কংগ্ৰেছী নেতা শৰৎ বৰকটকী,পৱন সিং ঘাটোৱাৰ,প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য,যুৱ নেতা সুশান্ত বুঢ়াগোহাঁইৰ লগতে বহুকেইগৰাকী কংগ্ৰেছ নেতায়ে অংশগ্ৰহণ কৰে ।

লগতে চাওকঃঅসম বাজেট 2020ৰ পৰা কি আশা ব্যৱসায়ীসকলৰ!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.