শিৱসাগৰ,29আগষ্টঃ
- আমগুৰিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ
- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমগুৰি আৰু জাঁজী আঞ্চলিকে দাহ কৰে প্ৰতিকৃতি
- বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি অসমীয়া সভ্যতা সংস্কৃতি ধ্বংস কৰিব বিচৰা সিদ্ধান্ত ত্যাগ কৰিবলৈ দাবী সংগঠনটোৰ
- আমগুৰি নগৰৰ চাৰিআলিত সংগঠনটোৱে প্ৰতিকৃতি দাহ কৰি শাসনাধিষ্ঠিত চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠেজাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ