ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে শিৱসাগৰত বাইক ৰেলী - নাগৰিকত্ব সংশোধনী আইনৰ বাবে সজাগতা

শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি জিলাখনৰ আছু কাৰ্যালয়ৰ সন্মুখৰ পৰা বাইক ৰেলী বাহিৰ কৰে ৷ প্ৰতিবাদকাৰীসকলে কা' বাতিলৰ দাবীত উত্তাল কৰি তোলে জিলাখনৰ ৰাজপথ ৷

CAA PROTEST SIBSAGOR
কা বাতিলৰ দাবীত শিৱসাগৰত বাইক ৰেলী
author img

By

Published : Mar 12, 2020, 6:31 PM IST

শিৱসাগৰ,12মাৰ্চ: নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে উত্তাল শিৱসাগৰ ৷ শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত সাব্যস্ত হয় এই প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে আছু কাৰ্যালয়ৰ সন্মুখৰ পৰা বাইক ৰেলী বাহিৰ কৰে ৷ শতাধিক কৰ্মীয়ে দৰিকাপাৰ হৈ কাথপাৰ, বাণমুখ হৈ দিছাংমুখলৈ বাইক ৰেলীৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গাঁওবাসীৰ মাজত সজাগতা সভা আয়োজন কৰে ৷

কা বাতিলৰ দাবীত শিৱসাগৰত বাইক ৰেলী

প্ৰতিবাদকাৰীসকলে কা' বাতিল কৰক, বিজেপি চৰকাৰ হুচিয়াৰ, অসম চুক্তিৰ অমান্য মানি লোৱা নহ'ব আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে শিৱসাগৰ জিলাৰ ৰাজপথ ৷ অনাগত দিনত আইন বাতিলৰ দাবীত অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে ৷

অন্য এক খবৰৰ বাবে:ৰাষ্ট্ৰীয় ঘাইপথৰ পকী দলঙত বাঁহৰ ৰেলিং !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.