ETV Bharat / state

শিৱসাগৰত এটিএম ভাঙি নিচাসক্ত দেহৰক্ষী আটক - আৰ পি শৰ্মা

আৰ পি শৰ্মাৰ দেহৰক্ষীয়ে সোণাৰিৰ মাজমজিয়াত থকা এটা এচ.বি.আইৰ এটিএম ভাঙি লুটপাটৰ চেষ্টা চলায় ৷

শিৱসাগৰত এটিএম ভাঙি নিচাসক্ত দেহৰক্ষী আটক
author img

By

Published : May 8, 2019, 11:49 AM IST

শিৱসাগৰ , 08 মে': মঙলবাৰে মাজনিশা আৰ পি শৰ্মাৰ দেহৰক্ষীয়ে সোণাৰিৰ মাজমজিয়াত থকা এটা এচ.বি.আইৰ এটিএম ভাঙি লুটপাটৰ চেষ্টা চলায় ৷ অত্যাধিক সুৰাসক্ত হৈ থকা দেহৰক্ষীজন সোণাৰি মিৰিপথাৰৰ হৰেন্দ্ৰ বুঢ়াগোহাঁই বুলি চিনাক্ত কৰা হৈছে ৷ এ টি এমৰ আইনা ভাঙি আহত হৈছে দেহৰক্ষীজন ৷

শিৱসাগৰত এটিএম ভাঙি নিচাসক্ত দেহৰক্ষী আটক

ইপিনে সোণাৰি থানাৰ নাতিদূৰত সংঘটিত হোৱা ঘটনাৰ উমান পাই আৰক্ষীয়ে নিশাই দেহৰক্ষী বুঢ়াগোহাঁইক আটক কৰে ৷ ছুটি লৈ বাসগৃহলৈ অহা জোৱান জনে সংঘটিত কৰা ঘটনাত ব্যৱহাৰ কৰা AS 23 B 0834 নম্বৰৰ মাৰুতি 800 বাহন এখনো আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা জব্দ কৰে ৷

*নিচাসক্ত দেহৰক্ষী আটক*
Story-DRUNK_COPS
Ananta Smith
Sivasagar
08th May

A_SVR_08TH_MAY_801-802_DRUNK_COPS_7203499

কালি সোণাৰিৰ মাজমজিয়াত থকা SBI ৰ এ টি এম ভাঙি লুটপাটৰ চেষ্টা কৰা ঘটনাই সমগ্ৰ সোণাৰি অণ্চলতে তীব্ৰ চাণ্চল্যৰ সৃষ্টি কৰিছে৷জানিব পৰা তথ্য অনুসৰি অত্যধিক সুৰাসক্ত হৈ থকা ,আৰ পি শৰ্মাৰ দেহৰক্ষীয়ে  মাজনিশা সংঘটিত কৰিছে এই ঘটনা৷ এ টি এমৰ গ্লাছ ভাঙি আহত হৈছে নিৰাপত্তাৰক্ষীজন৷ সোণাৰি থানাৰ নাতিদূৰৈতে সংঘটিত হোৱা ঘটনাৰ কথা আৰক্ষীয়ে গম পাই ইতিমধ্যে নিশাই আটক কৰে দুস্কৃতিকাৰীজনক৷ সোণাৰি আৰক্ষীয়ে আটক কৰা আৰ পি শৰ্মাৰ দেহৰক্ষীজন সোণাৰি মিৰিপথাৰৰ হৰেন্দ্ৰ বুঢ়াগোহাঁই বুলি চিনাক্ত কৰিছে৷ ছুটি লৈ বাসগৃহলৈ অহা জোৱান জনে  সংঘটিত কৰা ঘটনাত ব্যৱহাৰ কৰা এ এছ ২৩ বি ০৮৩৪ নাম্বাৰৰ এখন মাৰুতি ৮০০ গাড়ী এখনো ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.