ETV Bharat / state

লক্ ডাউনৰ মাজতে অসাধু বনিয়াৰ লুণ্ঠনঃ চাহ খেতিৰ সাৰৰ বজাৰত জুই - চাহ খেতিৰ সাৰৰ বজাৰত জুই

২৬৬.৫০ টকীয়া এক বেগ(৪৫কেজি) ইউৰিয়া কিনিবলগীয়া হৈছে ৪৮০-৫০০ টকাত ৯৫০ টকীয়া এক বেগ(৫০ কেজি) এম অ পি কিনিব লগীয়া হৈছে ১১০০-১২০০ টকাত আৰু ৪৮০ টকীয়া এচ এচ পি কিনিবলগীয়া হৈছে ৬০০ টকাত

চাহ খেতিৰ সাৰৰ বজাৰত জুই
চাহ খেতিৰ সাৰৰ বজাৰত জুই
author img

By

Published : May 1, 2020, 12:31 PM IST

শিৱসাগৰ, 1 মেঃ বিপদৰ ওপৰত বিপদ আহি পৰিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ । লক্​ ডাউনৰ বাবে খেতিয়কসকলৰ ওপৰত ৰাম টাঙোন সোধাইছে সাৰ আৰু কীটনাশকৰ বেপাৰীয়ে । জানিব পৰা মতে,

২৬৬.৫০ টকীয়া এক বেগ(৪৫কেজি) ইউৰিয়া কিনিবলগীয়া হৈছে ৪৮০-৫০০ টকাত

৯৫০ টকীয়া এক বেগ(৫০ কেজি) এম অ পি কিনিব লগীয়া হৈছে ১১০০-১২০০ টকাত

আৰু ৪৮০ টকীয়া এচ এচ পি কিনিবলগীয়া হৈছে ৬০০ টকাত

চাহ খেতিৰ সাৰৰ বজাৰত জুই

এই বিপদৰ সময়ছোৱাত এতিয়া অসাধু বনিয়াই চলাইছে লুণ্ঠনৰাজ। আনহাতে ইয়াৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই চৰকাৰৰ । লক্​ ডাউনৰ ফলত চাহৰ কলি কাটি মাটিত পেলাই দিবলগীয়া হোৱাৰ পাছত এতিয়া পাত তোলা কাম আৰম্ভ হৈছে যদিও সাৰৰ চৰা দামে বিপদত পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়কক। ইফালে এই সময়ত দেখা দিয়া ৰঙাচাঁহী, হেলপেটিছ নিয়ন্ত্ৰণ কৰিবলৈ ছটিয়াবলগীয়া কীটনাশকৰ দাম দুগুণ বৃদ্ধি হৈছে। সাৰৰ অনিয়ন্ত্ৰিত বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অনুৰোধ জনাইছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.