- দুৰ্ঘটনাত পতিত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা (Mahendra Hazarika had an accident)
- দেওবাৰে নিশা শিৱসাগৰৰ আমগুৰি ঘাটৰ দিখৌ দলঙৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা
- জয়সাগৰৰ দিশৰ পৰা নগৰ অভিমুখে এখন হোণ্ডাই এচেন্ট বাহনত গৈ আছিল শিল্পীগৰাকী
- গৈ থকা অৱস্থাতে দলঙৰ কাষৰ এজোপা গছত খুন্দিয়াই আহত হয় শিল্পীগৰাকী
- দুৰ্ঘটনাটোত মূৰত আঘাত পাইছে শিল্পীগৰাকীয়ে
- স্থানীয় ৰাইজে ততাতৈয়াকৈ জয়সাগৰস্থিত অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰোৱাই শিল্পীগৰাকীক
- বৰ্তমান চিকিৎসালয়ৰ জৰুৰী কক্ষত চিকিৎসা চলি আছে শিল্পীগৰাকীৰ