ETV Bharat / state

শিৱসাগৰত অসম বন্ধৰ প্ৰভাৱ

author img

By

Published : Sep 20, 2019, 8:59 AM IST

অসমৰ ভূমিপুত্ৰ কোঁচ ৰাজবংশীৰ 56 হাজাৰ লোকক ষড়যন্ত্ৰমুলক ভাৱে NRC ৰ পৰা নাম কৰ্তন কৰাৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান

শিৱসাগৰত অসম বন্ধৰ প্ৰভাৱ

শিৱসাগৰ, 20 চেপ্তেম্বৰঃ শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া অসম বন্ধ বন্ধৰ আহ্বান সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ । কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে উজনিৰ তৈল নগৰী শিৱসাগৰত ৷

অসমৰ ভূমিপুত্ৰ কোঁচ ৰাজবংশীৰ 56 হাজাৰ লোকক ষড়যন্ত্ৰমুলক ভাৱে NRC ৰ পৰা নাম কৰ্তন কৰাৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান । লগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী জনাই সংগঠনটোৱে ৷

শিৱসাগৰত অসম বন্ধৰ প্ৰভাৱ

পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আহ্বান জনোৱা বন্ধৰ সমৰ্থনত শিৱসাগৰৰ বিভিন্ন স্থানত-পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাৱস্ত কৰিছে বন্ধৰ সমৰ্থকে ।

Intro:Body:*অসম বন্ধ*
Story-ASSAM BANDH
Ananta Smith
Sivasagar
20th September

A_SVR_20TH_SEP_801-803_ASSAM_BANDH_7203499

#আজি পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া অসম বন্ধ

#বন্ধৰ আহ্বান জনাইছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই।

#বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে উজনিৰ তৈল নগৰী শিৱসাগৰত

#অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশীৰ ৫৬ হাজাৰ লোকক ষড়যন্ত্ৰ মুলক ভাৱে NRC ৰ পৰা নাম কৰ্তন কৰাৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান।

#লগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী

#পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আহ্বান জনোৱা বন্ধৰ সমৰ্থনত শিৱসাগৰৰ বিভিন্ন স্থানত-পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাৱস্ত কৰিছে বন্ধৰ সমৰ্থকে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.