ETV Bharat / state

অঞ্জনা মহন হত্যাকাণ্ড, প্ৰতিবাদত উত্তাল শিৱসাগৰ - মটক মহিলা পৰিষদে

শিৱসাগৰত অঞ্জনা মহন হত্যাকাণ্ড! ৩০২ ধাৰাত গোচৰ ৰুজু কৰিও এমাহে অপৰাধীক কৰায়ত্ব কৰাত ব্যৰ্থ শিৱসাগৰ আৰক্ষী ৷ অসম আৰক্ষী হায় হায় ধ্বনিত উত্তাল শিৱসাগৰ ৷ শিৱসাগৰ জিলা মহিলা মটক মহিলা পৰিষদৰ প্ৰতিবাদ

অঞ্জনা মহন হত্যাকাণ্ড, প্ৰতিবাদত উত্তাল শিৱসাগৰ
author img

By

Published : Jun 25, 2019, 8:20 PM IST

Updated : Jun 25, 2019, 8:39 PM IST

শিৱসাগৰ, 25 জুন: শিৱসাগৰ আৰক্ষীৰ ব্যৰ্থতাৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ ৷ অসম আৰক্ষী হায় হায় ধ্বনিৰে শিৱসাগৰ উত্তাল কৰিলে মটক মহিলা পৰিষদে ৷ এমাহ ধৰি অঞ্জনা মহন নামৰ এগৰাকী বোৱাৰীৰ হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ আৰক্ষী ব্যৰ্থ হোৱাৰ প্ৰতিবাদত শিৱসাগৰ আৰক্ষীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শতাধিক মহিলা ৷ দণ্ডাধীশ অবিহনেই মৃতদেহ নদীৰ পৰা উঠোৱা আৰক্ষীৰ বিৰুদ্ধে হত্যাকাৰীৰ পক্ষ লোৱাৰ অভিযোগ ৷ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি দাবী কৰিলে হত্যাকাৰীৰ শাস্তি ৷

অঞ্জনা মহন হত্যাকাণ্ড, প্ৰতিবাদত উত্তাল শিৱসাগৰ

শিৱসাগৰত ২৮ মে'ত সংঘটিত হত্যাকাণ্ডৰ ন্যায় বিচাৰি শতাধিক মহিলাই উত্তাল কৰিলে শিৱসাগৰ ৷ শিৱসাগৰ আৰক্ষীয়ে হত্যাকাৰীৰ পক্ষ লৈ এমাহ কাল ধৰি হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল শতাধিক মহিলা ৷ অসম আৰক্ষী মূৰ্দাবাদ,অসম আৰক্ষী হায় হায়,শিৱসাগৰ এছ পি হায় হায় ধ্বনিত উত্তাল শিৱসাগৰ উপায়ুক্ত কাৰ্যালয় চৌহদ ৷ আৰক্ষীয়ে হত্যাকাৰীৰ সৈতে মিতিৰালি কৰাৰ গুৰুতৰ অভিযোগ প্ৰতিবাদকাৰী মটক মহিলা পৰিষদৰ ৷

উল্লেখ্য যে যোৱা ২৫ মে তাৰিখে শিৱসাগৰ গড়কোষ নাওজান গাঁৱৰ পৰা নিৰূদ্দেশ হৈছিল অঞ্জনা মহন নামৰ বোৱাৰী গৰাকী ৷ নিৰূদ্দিষ্ট বোৱাৰী গৰাকীৰ নিৰূদ্দেশৰ সম্পৰ্কত অঞ্জনাৰ স্বামী ৰাজু গগৈ আৰু শহুৰ দেবেন গগৈৰ পৰিয়ালে আৰক্ষীক খবৰ দিয়াৰ পৰিৱৰ্তে অঞ্জনাৰ পৰিয়ালক খবৰ দিয়েই দায়িত্ব সামৰাৰ মাজতে ২৮ মে'ত দৰিকা নৈত উদ্ধাৰ হয় অঞ্জনা মহনৰ মৃতদেহ ৷ সৰ্বশৰীৰত আঘাতৰ চিন স্পষ্ট থকাৰ লগতে অঞ্জনাৰ মৃতদেহৰ জিভা, চকুকে ধৰি বহু কেইটা অংগ নথকাৰ দিশটোলৈ লক্ষ্য ৰাখি অঞ্জনাৰ পৰিয়ালে শিৱসাগৰ সদৰ থানাত এয়া এক পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ উত্থাপন কৰি শহুৰ দেবেন গগৈৰ পৰিয়ালৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ৷ এজাহাৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে ৪৪০/১৯ নম্বৰত,৩০২ ধাৰাত এক গোচৰ ৰুজু কৰে যদিও আজি পৰ্যন্ত সাধাৰণ সোধ-পোছৰ বাবেও থানালৈ অভিযুক্তক নমতাক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ যাৰ বাবে আজি শিৱসাগৰ জিলা মটক মহিলা পৰিষদৰ শতাধিক মহিলাই শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান লৈ প্ৰতিবাদ কৰাৰ লগতে অঞ্জনা মহনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে ৷ প্ৰতিবাদকাৰী সকলে শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অ'চিৰ এই ক্ষেত্ৰত ভূমিকা ৰহস্যজনক বুলি অভিযোগ উত্থাপন কৰি শিৱসাগৰ থানাৰ অ'চি আৰু এছ পি মূৰ্দাবাদ ধ্বনি দিয়ে ৷

শিৱসাগৰত অঞ্জনা মহন  হত্যাকাণ্ড  ! ৩০২ ধাৰাত গোচৰ ৰুজু কৰিও  এমাহেও  অপৰাধীক কৰায়ত্ব কৰাত ব্যৰ্থ শিৱসাগৰ আৰক্ষী:  অসম আৰক্ষী হায় হায় ধ্বনিত উত্তাল শিৱসাগৰ:  শিৱসাগৰ জিলা মহিলা মটক মহিলা পৰিষদৰ প্ৰতিবাদ

Story-WOMEN_PROTEST
Ananta Smith
Sivasagar
25th June

A_SVR_25TH_JUNE_801-802_WOMEN_PROTEST_7203499

শিৱসাগৰ আৰক্ষীৰ ব্যৰ্থতাৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ ৷ অসম আৰক্ষী হায় হায় ধ্বনিৰে শিৱসাগৰ উত্তাল কৰিলে মটক মহিলা পৰিষদে ৷ এমাহ ধৰি অঞ্জনা মহন নামৰ এগৰাকী বোৱাৰীৰ হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ আৰক্ষী  ব্যৰ্থ হোৱাৰ প্ৰতিবাদত শিৱসাগৰ আৰক্ষীৰ বিৰোদ্ধে ৰাজপথলৈ ওলাই  আহিল শতাধিক মহিলা ৷ দণ্ডাধীশ অবিহনেই মৃতদেহ নদীৰ পৰা উঠোৱা আৰক্ষীৰ বিৰোদ্ধে হত্যাকাৰীৰ পক্ষ লোৱাৰ অভিযোগ ৷ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি দাবী কৰিলে হত্যাকাৰীৰ শাস্তি ৷

শিৱসাগৰত ২৮ মে'ত সংঘটিত এক সংঘটিত হত্যাকাণ্ডৰ ন্যায় বিচাৰি শতাধিক মহিলাই উত্তাল কৰিলে শিৱসাগৰ ৷ শিৱসাগৰ আৰক্ষীয়ে হত্যাকাৰীৰ পক্ষ লৈ এমাহ কাল ধৰি হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল শতাধিক মহিলা ৷ অসম আৰক্ষী মূৰ্দাবাদ,  অসম আৰক্ষী হায় হায়,  শিৱসাগৰ এছ পি হায় হায় ধ্বনিত উত্তাল শিৱসাগৰ উপায়ুক্ত কাৰ্যালয় চৌহদ ৷ আৰক্ষীয়ে হত্যাকাৰীৰ সৈতে মিতিৰালি কৰাৰ গুৰুতৰ অভিযোগ প্ৰতিবাদকাৰী মটক মহিলা পৰিষদৰ ৷
   উল্লেখ্য যে যোৱা ২৫ মে তাৰিখে শিৱসাগৰ গড়কোষ নাওজান গাঁৱৰ পৰা নিৰূদ্দেশ হৈছিল অঞ্জনা মহন নামৰ বোৱাৰী গৰাকী ৷ নিৰূদৃষ্ট বোৱাৰী গৰাকীৰ নিৰূদ্দেশৰ সম্পৰ্কত অঞ্জনাৰ স্বামী ৰাজু গগৈ আৰু শহুৰ দেবেন গগৈৰ পৰিয়ালে আৰক্ষীক খবৰ দিয়াৰ পৰিৱৰ্তে অঞ্জনাৰ পৰিয়ালক খবৰ দিয়ে দায়িত্ব সামৰাৰ মাজতে ২৮ মে'ত দৰিকা নৈত উদ্ধাৰ হয় অঞ্জনা মহনৰ মৃতদেহ ৷ সৰ্বশৰীৰত আঘাতৰ চিন স্পষ্ট থকাৰ লগতে অঞ্জনাৰ মৃতদেহৰ জিভা, চকুকে ধৰি বহু কেইটা অংগ নথকাৰ দিশটোলৈ লক্ষ্য ৰাখি অঞ্জনাৰ পৰিয়ালে শিৱসাগৰ সদৰ থানাত এয়া এক পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ উত্থাপন কৰি শহুৰ দেবেন গগৈৰ পৰিয়ালৰ বিৰোদ্ধে দাখিল কৰে এজাহাৰ ৷ এজাহাৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে ৪৪০/১৯ নম্বৰত, ৩০২ ধাৰাত এক গোচৰ ৰুজু কৰে যদিও আজি পৰ্যন্ত সাধাৰণ সোধপোছৰ বাবেও থানালৈ অভিযুক্তক নমতাক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ যাৰ বাবে আজি শিৱসাগৰ জিলা মটক মহিলা পৰিষদৰ শতাধিক মহিলাই শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান লৈ প্ৰতিবাদ কৰাৰ লগতে অঞ্জনা মহনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে ৷ প্ৰতিবাদকাৰী সকলে শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অ'চিৰ এই ক্ষেত্ৰত ভূমিকা ৰহস্যজনক বুলি অভিযোগ উত্থাপন কৰি শিৱসাগৰ থানাৰ অ'চি আৰু এছ পি মূৰ্দাবাদ ধ্বনি দিয়ে ৷
 
Bite—প্ৰতিবাদী মহিলা
Last Updated : Jun 25, 2019, 8:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.