ETV Bharat / state

আমগুৰিত বিশ্ব চাইকেল দিৱস

author img

By

Published : Jun 3, 2019, 11:44 AM IST

বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি আমগুৰিত অনুষ্ঠিত হয় চাইকেল চলোৱা প্ৰতিযোগিতা ।

শিৱসাগৰ আমগুৰিত পালন বিশ্ব চাইকেল দিৱস

আমগুৰি,৩ জুনঃ আজি বিশ্ব চাইকেল দিৱস। বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি আমগুৰিত অনুষ্ঠিত হয় চাইকেল চলোৱা প্ৰতিযোগিতা । সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত এই চাইকেল চলোৱা প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান লাভ কৰে মৰিয়নী নগাধূলিৰ দীপক সিঙে । আমগুৰিৰ পৰা হালোৱাটিঙলৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত দীপক সিঙে ৮.৫০ কি:মি পথ ১৪.৫৪ মিনিটত অতিক্ৰম কৰে । প্ৰদূষণমুক্ত পৰিৱেশৰ দিশে এখোজ শীৰ্ষক চাইকেল চলোৱা প্ৰতিযোগিতাত শান্তনু বড়াই দ্বিতীয় শ্ৰেষ্ঠ,ঘনশ্যাম ৰয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ।

Intro:Body:World Cycling Day
Amguri
3/3/2019
Samiran Duarah

আমগুৰি : ৩জুন
আজি বিশ্ব চাইকেল দিৱস। বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি আজি আমগুৰিত চাইকেল চলোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়।

সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত চাইকেল চলোৱা প্ৰতিযোগিতাত মৰিয়ণি নগাধূলিৰ দীপক সিং শ্ৰেষ্ঠ হয়। আমগুৰিৰ পৰা হালোৱাটিংলৈ অনুষ্ঠিত প্ৰতিযোগিতাখনিত দীপক সিঙে ৮.৫০ কি:মি পথ ১৪.৫৪ মিনিটত অতিক্ৰম কৰে।

প্ৰদূষণমুক্ত পৰিৱেশৰ দিশে এখোজ শীৰ্ষক চাইকেল চলোৱা প্ৰতিযোগিতাত শান্তনু বড়া দ্বিতীয় শ্ৰেষ্ঠ , ঘনশ্যাম ৰয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.