ETV Bharat / state

শিৱসাগৰৰ আমগুৰিত বিনামূলীয়া স্বাস্থ্য শিবিৰ

author img

By

Published : Mar 5, 2021, 10:43 PM IST

শিৱসাগৰত বিনামূলীয়া চিকিৎসা শিৱিৰ ৷ চিকিৎসা ললে 150ৰো অধিক লোকে ৷

amaguri health camp
amaguri health camp

আমগুৰি, ৫ মাৰ্চ: শিৱসাগৰ জিলাৰ আমগুৰিত বিনামূলীয়া চিকিৎসা শিবিৰ ৷ সৃষ্টি এনজিঅৰ উদ্যোগত আৰু স্বৰ্গদেউ ছৌকাফা মাল্টিস্পেচিয়েলিটিৰ সহযোগত অনুষ্ঠিত হয় বিনামূলীয়া চিকিৎসা শিবিৰ ৷
চিকিৎসা শিবিৰত বিশিষ্ঠ চিকিৎসক ডাঃ দীপক কুমাৰ, ডাঃ গৌৰৱ চৌধুৰী, ডাঃ কংকনা শৰ্মাই ৰোগীক বিনামূলীয়াকৈ আগবঢ়ায় Ortho & Pedia চিকিৎসা ৷

বিমামূলীয়া চিকিৎসা শিবিৰত আমগুৰিৰ লগতে শিৱসাগৰ জিলাৰ ডেৰ শতাধিক লোকে চিকিৎসা লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়কঃবিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰছ ছিৰিয়াচ নহয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.