ETV Bharat / state

চাঞ্চল্যকৰ পত্নী হত্যাকাণ্ড: চোতালতে দাহ কৰিলে মৃতদেহ

আমগুৰিত ৰিমণ গগৈ নামৰ এজন পাষাণ স্বামীয়ে নিজ পত্নীক জ্বলাই দিয়াৰ পাছতে উত্তপ্ত ৰাইজে চোতালতে সৎকাৰ কৰে মৃতদেহ ৷ ইয়াৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত মোতায়েন কৰা হয় আৰক্ষী তথা অৰ্দ্ধসামৰিক বাহিনী ৷

শৰ্মিষ্ঠা চেতীয়া
author img

By

Published : May 20, 2019, 2:34 PM IST

আমগুৰি,20 মে': আমগুৰি বৰাহীবাৰীত এগৰাকী সাতমহীয়া সন্তানৰ মাতৃক নিজ স্বামীয়ে হত্যা কৰা অভিযোগ উত্থাপন হৈছে ৷ ইয়াৰ পাছতে উত্তপ্ত ৰাইজে মহিলা গৰাকীৰ মৃতদেহ স্বামী গৃহৰ চোতালতে সৎকাৰৰ ব্যৱস্থা কৰে ৷ চোতালত শৱ দাহ কৰাৰ পাছতে উত্তপ্ত পৰিস্থিত সৃষ্টি হোৱাৰ ফলত মোতায়েন কৰা হয় আৰক্ষী তথা অৰ্দ্ধসামৰিক বাহিনী ৷

ETV BHARAT ASSAM
ৰিমণ গগৈ আৰু শৰ্মিষ্ঠা চেতীয়া

উল্লেখ্য যে,যোৱা ২৪ এপ্ৰিলত ৰিমণ গগৈ নামৰ এজন পাষাণ স্বামীয়ে নিজ পত্নী শৰ্মিষ্ঠা চেতিয়াক জ্বলাই দিছিল ৷ ঘটনাৰ পাছতে মহিলা গৰাকীক ডিব্ৰুগড় মেডিকেলত ভৰ্ত্তি কৰোৱা হৈছিল যদিও শৰীৰৰ ৭০ শতাংশ অগ্নিদগ্ধ হোৱাৰ ফলত মৃত্যুক সাৱটি লয় মহিলাগৰাকীয়ে৷

চাঞ্চল্যকৰ পত্নী হত্যাকাণ্ড : চোতালত দাহ মৃতদেহ

*পত্নী হত্যাকাৰীৰ ঘৰত ৰাইজৰ তাণ্ডৱ-চোতালত দাহ কৰিলে মৃতদেহ*
Story-WOMEN_DEATH
Ananta Smith
Sivasagar
20th May

A_SVR_20TH_MAY_804-807_WOMEN_DEATH_7203499

আমগুৰি বৰাহীবাৰীত উত্তপ্ত পৰিস্থিতি

পাষাণ স্বামীয়ে পত্নীক জ্বলাই হত্যা কৰাৰ অভিযোগ

ৰিমণ গগৈ নামৰ পাষাণ স্বামীয়ে জ্বলালে সাতমহীয়া সন্তানৰ মাতৃ শৰ্মিষ্ঠা চেতীয়াক

পত্নীৰ পৰিয়ালে অভিযুুক্ত ৰিমণৰ গৃহৰ চোতালত শৱ দাহ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ

ঘটনাস্থলীত আৰক্ষী অৰ্দ্ধ সামৰিক বাহিনী মোতায়েন

উল্লেখ্য যে যোৱা ২৪ এপ্ৰিলত ৰিমণ গগৈ নামৰ পাষাণ স্বামীয়ে  সাতমহীয়া সন্তানৰ মাতৃ শৰ্মিষ্ঠা চেতীয়াক জ্বলাই দিছিল। শৰীৰৰ ৭০ শতাংশ অগ্নিদগ্ধ সাতমহীয়া সন্তানৰ মাতৃগৰাকীক ডিব্ৰুগড় মেডিকেলত ভৰ্ত্তি কৰে যদিও আজি মহিলাগৰাকীয়ে মৃত্যুক সাৱটি লয়।

মহিলাগৰাকীৰ মৃত্যুৰ পিছতে পত্নীৰ পৰিয়ালে  মৃতদেহ স্বামী গৃহৰ চোতালত সৎকাৰৰ ব্যৱস্থা কৰে।ফলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.