ETV Bharat / state

ডিমৌ নদীত একেলগে আত্মহত্যা এটা পৰিয়ালৰ ! - family committed suicide together in Dimow River

শিৱসাগৰ জিলাৰ ডিমৌত উত্তেজনা (Tension prevails in Sivasaagar over suicide case) ৷ এটা ফেচবুক প'ষ্টত উল্লেখ কৰা অনুসৰি, শিৱসাগৰ জিলাৰ ডিমৌত এটা পৰিয়ালৰ তিনিজন সদস্যই একেলগে আত্মহত্যা কৰে (Family committed suicide together in Dimow River) ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিচে তীব্ৰ চাঞ্চল্যই ৷

Tension prevails in Sivsaagar over suicide case
ডিমৌ নদীত একেলগে আত্মহত্যা এটা পৰিয়ালৰ !
author img

By

Published : Jun 23, 2022, 4:52 PM IST

Updated : Jun 23, 2022, 6:17 PM IST

শিৱসাগৰ, 23 জুন : এটা ফেচবুক প'ষ্ট আৰু তাৰ পাচতে এক হুলস্থূলীয়া পৰিৱেশ ৷ ফেচবুক প'ষ্টটোক লৈ শিৱসাগৰ জিলাৰ ডিমৌত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । তথ্য অনুসৰি, নিতাইপুখুৰী হাঁহপৰা চুকৰ নিবাসী কল্যাণ গগৈ নামৰ এজন বিবাহিত পুৰুষে পত্নী আৰু 3 বছৰীয়া কন্যা সন্তানৰ সহিতে আত্মহত্যা কৰাৰ কথা ফেচবুক প'ষ্টটোত লিখাৰ পিছতে অঞ্চলজুৰি হুৱাদুৱা লাগে (Tension prevails in Sivasaagar over suicide case) । বৰ্তমানে সন্ধানহীন হৈ আছে তিনিজনীয়া পৰিয়ালটো ।

ডিব্ৰুগড় জিলাৰ নিতাইপুখুৰীৰ সমীপত কেঁকণী চুক নামৰ স্থানত ডিমৌ নদীত পৰি উক্ত পৰিয়ালটোৱে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে অঞ্চলটোৰ ৰাইজে (Family committed suicide together in Dimow River) । ইফালে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ তাৰ পাচতে ঘটনাস্থলীত মৰাণ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নিখোঁজ পৰিয়ালটোৰ সন্ধানত নামি পৰিছে ৷

ডিমৌ নদীত একেলগে আত্মহত্যা এটা পৰিয়ালৰ !

ঘটনাৰ বিৱৰণি অনুসৰি, কল্যান গগৈয়ে ফেচবুকৰ এটা প’ষ্টত উল্লেখ কৰিছিল যে, জিতু তপন চেতিয়া আৰু তেওঁৰ পত্নীৰ বাবেই আত্মহত্যাৰ পথ বাচি ল’ব লগা হৈছে ৷ কাৰণ জিতু তপন চেতিয়াৰ পত্নীৰ সৈতে কল্যান গগৈৰ মাজত বহু দিনীয়া এক সম্পৰ্ক আছিল ৷

লগতে পঢ়ক : Naharkatia Murder : প্ৰেমৰ বাবেই দুই বন্ধুৱে হত্যা কৰিলে ৰিয়াজক

যি সম্পৰ্কৰ আলম লৈ উক্ত দম্পত্তিটোৱে কল্যান গগৈক ব্লেকমেইল কৰি থকা বুলি এক অভিযোগ তৰিছিল ৷ সেই অভিযোগৰ বাবেই ডিমৌ নদীত কল্যাণ গগৈয়ে পত্নী আৰু কন্যাৰ সৈতে আত্মজাহ দিয়ে (Sivasaagar suicide case) ৷

ইফালে কল্যান গগৈয়ে ফেচবুকত উল্লেখ কৰা অভিযুক্ত দম্পত্তিটোক নিতাইপুখুৰীৰ নাওঁজানস্থিত বাসগৃহৰ পৰা নিতাইপুখুৰী আৰক্ষীয়ে আটক কৰে । আনহাতে, অভিযানকাৰী আৰক্ষীয়ে বৰ্তমানেও কোনো শুংসূত্ৰ লাভ নাই কল্যান গগৈৰ সহিতে পত্নী আৰু তেওঁলোকৰ কন্যাৰ ৷

অৱশ্যে ডিমৌ নদীৰ বুকত SDRF বাহিনীৰ দলে উদ্ধাৰ কৰে কল্যাণ গগৈৰ AS04 G 7596 নম্বৰৰ ক'লা ৰঙৰ হ'ণ্ডা স্কুটিখন । বৰ্তমান SDRF বাহিনীৰ দলে ডিমৌ নদীৰ বুকুত নিখোঁজ হোৱা পৰিয়ালটোৰ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক : গুৱাহাটীত পুনৰ উদ্ধাৰ এজনৰ মৃতদেহ

Last Updated : Jun 23, 2022, 6:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.