ETV Bharat / state

উজনিৰ 4 জিলাৰ বাবে ৰাজ্য চৰকাৰৰ 400 কোটিৰ অনুদান

author img

By

Published : Nov 20, 2019, 5:59 PM IST

উজনিৰ তিনিচুকীয়া,ডিব্ৰুগড়,শিৱসাগৰ আৰু চৰাইদেও জিলাৰ পৌৰাণিক কীৰ্তিচিহ্নৰ সংৰক্ষণ,পৰ্যটনৰ অন্তঃগাঁথনি,ক্ৰীড়াৰ বিকাশৰ লগতে দক্ষতা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে ধাৰ্য কৰিছে 400 কোটি টকা ৷ শিৱসাগৰত এই কথা ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ ৷

উজনিৰ 4 জিলাৰ বাবে ৰাজ্য চৰকাৰৰ 400 কোটিৰ অনুদান

শিৱসাগৰ, 20 নৱেম্বৰঃ উজনিৰ চাৰিখন জিলাৰ পৰ্যটন কীৰ্তিচিহ্ন,ক্ৰীড়া আৰু দক্ষতা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে ধাৰ্য কৰিছে 400 কোটি টকা ৷ শিৱসাগৰত এই কথা ঘোষণা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ ৷ শিৱসাগৰ নগৰৰ যুৱ দৌলত আজি বিশ্ব ঐতিহ্য সপ্তাহৰ সৈতে সংগতি ৰাখি এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ উদ্বোধন কৰি মন্ত্ৰী কেশৱ মহন্তই এই ঘোষণা কৰে ৷ উজনিৰ তিনিচুকীয়া,ডিব্ৰুগড়,শিৱসাগৰ আৰু চৰাইদেও জিলাৰ পৌৰাণিক কীৰ্তিচিহ্নৰ সংৰক্ষণ,পৰ্যটনৰ অন্তঃগাঁথনি,ক্ৰীড়াৰ বিকাশৰ লগতে দক্ষতা বৃদ্ধিৰ বাবে ব্যয় কৰা হব এই ধনৰাশি ৷

উজনিৰ 4 জিলাৰ বাবে ৰাজ্য চৰকাৰৰ 400 কোটিৰ অনুদান

উল্লেখ্য যে, ঐতিহ্যৰ সংৰক্ষণ শীৰ্ষক বিষয়ত অনুষ্ঠিত উক্ত আলোচনা চক্ৰত ভাৰতীয় পুৰাতত্ব বিভাগৰ অৱসৰ প্ৰাপ্ত সঞ্চালক ডঃ নিজামুদ্দিন তাহেৰ,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডঃ জাহ্নৱী গগৈ,শিক্ষাবিদ ডঃ জিতেন বৰপাত্ৰ গোহাঁই আদিকে ধৰি একাধিক বিশিষ্ট ব্যক্তিয়ে বক্তৃতা প্ৰদান কৰে ৷ লগতে উক্ত অনুষ্ঠনাত উপস্থিত থাকে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা,জিলা উপায়ুক্ত ডঃ এম এছ লক্ষ্মীপ্ৰিয়াকে ধৰি কেইবাজনো চৰকাৰী বিষয়া কৰ্মচাৰী ৷

Intro:Body:বিশ্ব ঐতিহ্য সপ্তাহ: :উজনিৰ ৪ জিলাৰ পৰ্যটন,কৃৰ্তি চীন্হ ,ক্ৰীড়া আৰু দক্ষতা বৃদ্ধিৰ বাবে ৪০০ কোটি টকা ধাৰ্য:শিৱসাগৰৰ মন্ত্ৰী কেশৱ মহন্ত

Story-ARCHIOLOGY_SEMINAR
Ananta Smith
Sivasagar
20th November

উজনিৰ তিনিচুকীয়া,ডিব্ৰুগড়, শিৱসাগৰ আৰু চৰাইদেও জিলাৰ উন্নয়নৰ বাবে অসম চৰকাৰে ৪০০ কোটি টকাৰ এক বিশেষ আঁচনি লৈছে।এই আঁচনিৰ অধীনত এই জিলা কেইখনত এই ধন পৌৰাণিক কীৰ্তি চিহ্নৰ সংৰক্ষণ, পৰ্যটনৰ অন্ত গাঁথনি,ক্ৰীড়াৰ বিকাশৰ লগতে দক্ষতা বৃদ্ধিৰ বাবে ব্যয় কৰা হব।প্ৰতি খন জিলাৰ বাবে এই খণ্ড কেইটিৰ ১০০ কোটি টকাকৈ প্ৰদান কৰা হব।শিৱসাগৰ নগৰৰ যুৱ দৌলত আজি বিশ্ব ঐতিহ্য সপ্তাহৰ সৈতে সংগতি ৰাখি এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ উদ্ধোধন কৰি মন্ত্ৰী মহন্তই এই ঘোষণা কৰে।

ঐতিহ্যৰ সংৰক্ষণ শীৰ্ষক বিষয়ত অনুষ্ঠিত এই আলোচনা চক্ৰত ভাৰতীয় পুৰাতত্ব বিভাগৰ অৱসৰ প্ৰাপ্ত সঞ্চালক ডঃ নিজামুদ্দিন তাহের,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডঃ জাহ্নৱী গগৈ,শিক্ষাবিদ ডঃ জিতেন বৰপাত্ৰ গোহাঁই আদিকে ধৰি একাধিক বিশিষ্ট ব্যক্তিয়ে বক্তৃতা প্ৰদান কৰে।

ৰাজ্যিক পুৰাতত্ব বিভাগৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা,জিলা উপায়ুক্ত ডঃ এম এছ লক্ষ্মীপ্ৰিয়া আদিকে ধৰি ভালেমান আগশাৰীৰ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

Bite1-কেশৱ মহন্ত
Bite2-জিলা উপায়ুক্তConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.