ETV Bharat / state

শিৱসাগৰত চাৰিটা নতুন স্বাৱ পৰীক্ষা কেন্দ্ৰ মুকলি

গণ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰাখিব পৰা যায় তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰি আহিছে প্রশাসনে । লগতে কোনো লোকে যদি নিজৰ স্বাৱ পৰীক্ষা কৰিব বিচাৰে তেন্তে বিনা দ্বিধাই পৰীক্ষা কৰি নিজৰ লগতে পৰিয়াল আৰু সমাজখনক ও সুৰক্ষিত কৰি ৰখাত সহায় কৰিব পাৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে।

Sivsagar
শিৱসাগৰ
author img

By

Published : Jul 21, 2020, 7:02 PM IST

শিৱসাগৰ, 21 জুলাইঃ শিৱসাগৰ নগৰৰ বর্ডিং ৰোডত অৱস্থিত ১ নং টাউন প্ৰাথমিক বিদ্যালয়ত মঙলবাৰে নতুন স্বাৱ পৰীক্ষা কেন্দ্ৰ মুকলি কৰে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে। পূর্বৰ ছয়টা স্বাৱ পৰীক্ষা কেন্দ্ৰ আছিল যদিও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ যুতীয়া উদ্যোগত নতুনকৈ আৰু চাৰিটা স্বাৱ পৰীক্ষা কেন্দ্ৰ সংযোজন কৰা হৈছে ।

শিৱসাগৰত নতুন চাৰিটা স্বাৱ পৰীক্ষা কেন্দ্ৰ মুকলি

জিলাখনক যাতে গণ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰাখিব পৰা যায় তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰি আহিছে প্রশাসনে । লগতে কোনো লোকে যদি নিজৰ স্বাৱ পৰীক্ষা কৰিব বিচাৰে তেন্তে বিনা দ্বিধাই পৰীক্ষা কৰি নিজৰ লগতে পৰিয়াল আৰু সমাজখনক ও সুৰক্ষিত কৰি ৰখাত সহায় কৰিব পাৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে। মঙলবাৰে উক্ত অনুস্থানত জিলা উপায়ুক্ত, কেইবাজনো ও চিকিৎসক তথা চিকিৎসা কৰ্মী , জিলা তথ্য আৰু জন সংযোগ বিষয়াও উপস্থিত থাকে।
লগতে পঢ়ক : শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.