ETV Bharat / state

শিৱসাগৰত পুনৰ ক’ৰণাতংকঃএকেটা পৰিয়ালৰ 14 জন আক্ৰান্ত

author img

By

Published : Aug 13, 2020, 7:35 AM IST

শিৱসাগৰৰ কনক নগৰৰ এজন চিকিৎসকৰ দেহত ক’ভিড 19ৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই ৰেপিড টেষ্টত পৰিয়ালৰ 14 জনৰ দেহত ধৰা পৰিল ক’ভিড 19ৰ অৱস্থিতি ৷ মঙলবাৰলৈকে খোলা থকা পৰিয়ালটোৰ মালিকানাধীন কেডিয়া ফাৰ্মাচীক লৈ অঞ্চলজুৰি আতংক ৷

community spread of covid 19 in sivasagar

শিৱসাগৰ , 13 আগষ্টঃ ৰাজ্যৰ প্ৰায়সমূহ প্ৰান্ততে দেখা পোৱা গৈছে ক’ভিড-19ৰ গণ সংক্ৰমণৰ লক্ষণ ৷ শিৱসাগৰৰ কনক নগৰৰ এজন প্ৰখ্যাত চিকিৎসকৰ তথা তেখেতৰ পৰিয়ালৰ সদস্য সকলৰ দেহত ক’ভিড-19 পজিটিভ পোৱাৰ পাছতেই সম্প্ৰতি আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷ প্ৰাপ্ত তথ্য মতে, চিকিৎসক অংকুশ কেডিয়াৰ দেহত ক’ভিড-19ৰ অৱস্থিতি নিশ্চিত হোৱাৰ পাছতেই চিকিৎসকজনৰ পৰিয়ালৰ লোকসকলক টেষ্ট ৰেপিড কৰা হৈছিল ৷ গুৰুত্বপূৰ্ণ যে , ৰেপিড টেষ্টৰ ফলাফলত ক’ৰণা ভাইৰাছৰ অৱস্থিতি পোৱা যায় কোনো ভ্ৰমণ বৃত্তান্ত নথকা পৰিয়ালটোৰ 14 জন সদস্যৰ দেহত ৷

শিৱসাগৰত ভ্ৰমণ বৃত্তান্ত নথকা 14 জনৰ দেহত ক’ভিড 19

ইফালে চহৰৰ ষ্টেচন চাৰিআলিত থকা পৰিয়ালটোৰ মালিকনাধীন কেডিয়া ফাৰ্মাচী মঙলবাৰলৈকে খোলা থকা বিষয়টোৱে চিন্তিত কৰি তুলিছে শিৱসাগৰবাসীক ৷ ফাৰ্মাচীখনৰ পৰা গণ সংক্ৰমণৰ আশংকা কৰি শংকিত হৈ পৰিছে জিলাবাসী ৷

লগতে পঢ়কঃবিধানসভাত 100 শতাংশ সংৰক্ষণে বিপদত পেলাব কাক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.