ETV Bharat / state

হালোৱাটিঙত গাড়ীসহ গ্ৰেপ্তাৰ কুখ্যাত গাড়ী চোৰ

author img

By

Published : Nov 27, 2019, 11:40 PM IST

হালোৱাটিং আৰক্ষীয়ে আটক কৰে এটি গাড়ীচোৰ ৷ ইতিমধ্যে হালোৱাটিং আৰক্ষীয়ে ৩৮/১৯ নম্বৰৰ গোচৰ ৰুজু কৰি চোৰটোক জেললৈ প্ৰেৰণ কৰিছে।

etv bharat
হালোৱাটিঙত গাড়ীসহ এটা কুখ্যাত গাড়ী চোৰ গ্ৰেপ্তাৰ আৰক্ষীৰ

আমগুৰি, নৱেম্বৰঃ হালোৱাটিং আৰক্ষীয়ে গাড়ী সহ এজন গাড়ী চোৰক আটক ৷ ধৃত গাড়ী চোৰটোৰ নাম আনোৱাৰ হুছেইন ৷

হালোৱাটিঙত গাড়ীসহ এটা কুখ্যাত গাড়ী চোৰ গ্ৰেপ্তাৰ আৰক্ষীৰ

সম্প্ৰতি গাড়ী চুৰি চক্ৰৰ কৰিড'ৰত পৰিণত হৈছে হালোৱাটিং । অৱশ্যে হালোৱাটিং আৰক্ষীয়ে অৱশেষত গাড়ীচোৰ আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয় জব্দ কৰা গাড়ীখনৰ নম্বৰ AS 25 BC 6354 ৷ হালোৱাটিং আৰক্ষীৰ বিশেষ তৎপৰতাত গ্ৰীণ পেৰাডাইজ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে চোৰটোক । আনোৱাৰ হুছেইন নামৰ চোৰটোৱে গুৱাহাটীৰপৰা নগালেণ্ডত বিক্ৰীৰ বাবে আনিছিল । ইতিমধ্যে হালোৱাটিং আৰক্ষীয়ে ৩৮/১৯ নম্বৰৰ গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা অনুসৰি চোৰটোৰ লগত অন্য তিনি সহযোগী আছিল যদিও আৰক্ষী অহাৰ উমান পাই পলায়ণ কৰিবলৈ সক্ষম হয় ।

Intro:Body:আমগুৰি ব্ৰেকিং
………………………………
Amguri 27 November

হালোৱাটিঙত গাড়ীসহ এটা কুখ্যাত গাড়ী চোৰ গ্ৰেপ্তাৰ ।

আনোৱাৰ হুছেইন নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰাৰ লগতে AS 25 BC 6354
নম্বৰৰ চেভ্ৰলেট বিট গাড়ী উদ্ধাৰ ।

হালোৱাটিং আৰক্ষীৰ বিশেষ তৎপৰতাত গ্ৰীণ পেৰাডাইজ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে চোৰটোক ।

বাঘবৰ বৰপেটাৰ আনোৱাৰ হুছেইন নামৰ চোৰটোৱে গুৱাহাটীৰপৰা নগালেণ্ডত বিক্ৰীৰ বাবে আনিছিল ।

হালোৱাটিং আৰক্ষীয়ে ৩৮/১৯ নম্বৰৰ গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰিছে।

আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা অনুসৰি চোৰটোৰ লগত অন্য তিনি সহযোগী আছিল যদিও আৰক্ষী অহাৰ উমান পাই পলায়ণ কৰে ।

উল্লেখ্য যে, সম্প্ৰতি গাড়ী চুৰি চক্ৰৰ কৰিড'ৰত পৰিণত হৈছে হালোৱাটিং । পূৰ্বেও এনেধৰণৰ বহু অপৰাধ মূলক ঘটি আহিছে । অৱশ্যে হালোৱাটিং আৰক্ষীয়ে গাড়ী চুৰি চক্ৰটোক গ্ৰেপ্তাৰ কৰাত সচেতন লোকে হালোৱাটিং আৰক্ষীৰ সফলতাক আদৰণি জনায়।

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.