ETV Bharat / state

প্ৰকাশ পালে 'WEEP NOT MY LOVE' শীৰ্ষক এখন কবিতা পুথি - প্ৰণৱ কুমাৰ বৰ্মন

বৃহস্পতিবাৰে প্ৰকাশ পালে প্ৰণৱ কুমাৰ বৰ্মনৰ নিৰ্বাচিত এশটা কবিতাৰ ইংৰাজী অনুবাদ সংকলন ''WEEP NOT MY LOVE'' ৷ নলবাৰী চহৰৰ শ্বহীদ ভৱনৰ বাকৰিত সেউজী সেউজী কাব্যালোচনীৰ উদ্যোগত অয়োজন কৰা গ্ৰন্থ উন্মোচনী সভা আৰু কবি সন্মিলনত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় কবিতা পুথিখন ৷

'WEEP NOT MY LOVE Released today
নলবাৰীত সেউজী সেউজীৰ উদ্যোগত কবি সন্মিলন
author img

By

Published : Jan 21, 2021, 10:05 PM IST

নলবাৰী, 21 জানুৱাৰী : নলবাৰী চহৰৰ শ্বহীদ ভৱনৰ বাকৰিত বৃহস্পতিবাৰে সেউজী সেউজী কাব্যালোচনীৰ উদ্যোগত এখন গ্ৰন্থ উন্মোচনী সভা আৰু কবি সন্মিলন অনুষ্ঠিত হয় । এই কবি সন্মিলনত জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনৰ নিৰ্বাচিত এশটা কবিতাৰ ইংৰাজী অনুবাদ সংকলন ''WEEP NOT MY LOVE'' নামৰ কবিতাপুথিৰ উন্মোচন কৰা হয় ।

প্ৰকাশ পালে 'WEEP NOT MY LOVE'

এই গ্ৰন্থখনৰ ইংৰাজী অনুবাদ কৰিছে নলবাৰী মহাবিদ্যাল়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ড৹ ৰঞ্জনা ভট্টাচাৰ্যয় । গুৱাহাটী বিশ্ববদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড৹ গোবিন্দ প্ৰসাদ শৰ্মাই কবিতাপুথিখন উন্মোচন কৰে ।

এই গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটীৰ পাণ্ডু কলেজৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক অভিজ্ঞান অনুৰাগ আৰু মুখ্য অতিথিৰ হিচাপে INDIA TODAY ৰ জ্যেষ্ঠ সহ:সম্পাদক কৌশিক ডেকা উপস্থিত থাকে ।

লগতে পঢ়ক : আজিৰ পৰা ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.