ETV Bharat / state

নলবাৰীৰ বাটসৰত মৃতদেহ উদ্ধাৰ - নিতুল শৰ্মা

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

unkonwan death body resque  nalbari police
নলবাৰীৰ বাটসৰত মৃতদেহ উদ্ধাৰ
author img

By

Published : May 28, 2020, 9:39 PM IST

নলবাৰী,28মেঃ বানপানীৰ মাজতে নলবাৰীত মৃতদেহ উদ্ধাৰ পথাৰৰ পানী জুৱলীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। মৃত যুৱকজনৰ নাম নিতুল শৰ্মা(৩২)নলবাৰীৰ মোহখোলিৰ বুলি জানিব পৰা গৈছে।

নলবাৰীৰ বাটসৰত মৃতদেহ উদ্ধাৰ

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত মৃত দেহতো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ ইপিনে‌ যুৱকজনৰ বানে প্ৰাণ কাঢ়ি নিয়াৰ আশংকা কৰিছে একাংশ ৰাইজে । অবেশ্যে মৃত্যুৰ কাৰণ এতিয়া লৈকে স্পষ্ট হোৱা নাই।

লগতে পঢ়কঃ মে' মাহৰ সম্পূৰ্ণ দৰমহা আদায় দিয়া হ'ব ৰাজ্যিক কৰ্মচাৰীকঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.