ETV Bharat / state

টিহুত প্ৰয়াত তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি শিল্পী সমাজৰ

author img

By

Published : Nov 25, 2020, 9:39 PM IST

বুধবাৰে সন্ধিয়া টিহু শিল্পী সমাজৰ উদ্যোগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিছবিত পুষ্পাঞ্জলী অৰ্পন, বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় । তেখেতৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে টিহুৰ শিল্পী সমাজে ।

tribute-to-tarun-gogoi
টিহুত প্ৰয়াত তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি শিল্পী সমাজৰ

নলবাৰী, 25 নৱেম্বৰ : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ৰাজ্যবাসীক শোকস্তব্ধ কৰি তুলিছে । বুধবাৰে সন্ধিয়া টিহু শিল্পী সমাজৰ উদ্যোগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিছবিত পুষ্পাঞ্জলী অৰ্পন, বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় । তেখেতৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে টিহুৰ শিল্পী সমাজে ।

টিহু শিল্পী সমাজৰ সম্পাদক হেমন্ত তালুকদাৰে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত টিহু আঞ্চলিক ছাত্ৰ সন্থা, যুৱ-ছাত্ৰ পৰিষদ, যুৱ কংগ্ৰেছ, টিহু মহকুমা সাংবাদিক সন্থা আদি বিভিন্ন দল সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশ লয় ।

লগতে পঢ়ক: প্ৰয়াত তৰুণ গগৈৰ অন্তিম যাত্ৰাত মহানগৰীত যানবাহনৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.