ETV Bharat / state

নলবাৰীত ব্ৰইলাৰ কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত

author img

By

Published : Jul 30, 2020, 3:15 PM IST

বুধবাৰে নিশা নলবাৰীত এক দুৰ্ঘটনা সংঘটিত হয় ৷ বিদ্যুৎ পৰিবাহী খুটাত দুৰ্ঘটনা সংঘটিত কৰে এখন বলৰো পিক ভানে ৷ জিলাখনৰ বেলশৰ থানাৰ অন্তৰ্গত নিজ পকোৱা ব্ৰাহ্মণ চুবুৰিত সংঘটিত হৈছে এই ঘটনা ৷ ইফালে,ঘটনা সংঘটিত কৰিয়ে গাড়ীখনৰ চালকজনে পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷

TRAGIC ACCIDENT IN ASSAM NALBARI
নলবাৰীত ব্ৰইলাৰ কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্থ

নলবাৰী, 30 জুলাই : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ ত্ৰাস অব্যাহত থকাৰ মাজতে নলবাৰীত এক দুৰ্ঘটনা সংঘটিত হয় ৷ বিদ্যুৎ পৰিবাহী খুটাত দুৰ্ঘটনা সংঘটিত কৰে এখন বলৰো পিক ভানে ৷ জিলাখনৰ বেলশৰ থানাৰ অন্তৰ্গত নিজ পকোৱা ব্ৰাহ্মণ চুবুৰীত সংঘটিত হৈছে এই ঘটনা ৷

প্ৰাপ্ত তথ্য অনুসৰি, নিজ পকোৱা ব্ৰাহ্মণ চুবুৰিত বুধবাৰৰ নিশা প্ৰায় 10 বাজি 30 মিনিটত ওচৰৰ এখন ব্ৰয়লাৰ ফাৰ্মৰ পৰা ব্ৰয়লাৰ কঢ়িওৱা AS-14C-6577 নম্বৰৰ এখন বলৰো পিকআপ ভানে পকোৱা বৰনদী পথলৈ গৈ থকা অবস্থাত বিদ্যুৎ পৰিবাহী এটা পকী খুটাত দুৰ্ঘটনা সংঘটিত কৰি পুখুৰী এটাত পৰে বুলি জানিব পৰা গৈছে ৷

আনহাতে,স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতো উক্ত স্থানত বিদ্যুৎ সৰবৰাহ হৈ আছিল ৷ আনকি,যিখন ফাৰ্মৰ পৰা ব্ৰইলাৰ সৰবৰাহ কৰিছিল উক্ত ফ্ৰামখনৰ বিৰুদ্ধেও স্থানীয় ৰাইজে অভিযোগ উখাপন কৰিছে ৷ ইফালে, ঘটনা সংঘটিত কৰিয়ে গাড়ীখনৰ চালকজনে পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.