নলবাৰী, 15 মাৰ্চঃ গ্ৰামাঞ্চলৰ ল'ৰা-ছোৱালীক টাইকোৱানডো খেলৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যে দেওবাৰৰ পৰা নলবাৰীৰ বৰভাগত অনুষ্ঠিত কৰা হয় টাইকোৱানডো খেলুৱৈ দলৰ বাচনি শিৱিৰ ৷ নগাঁৱত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন কেন্দ্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে অঞ্চলটোৰ শতাধিক প্ৰশিক্ষাৰ্থী যোগ্য কৰি তোলাৰ বাবে অনুষ্ঠিত হয় এই শিৱিৰ ৷
লগতে পঢ়কঃ গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা ফিফা 17 অনুৰ্ধ্ব বিশ্বকাপৰ উদ্বোধনী মেচ