ETV Bharat / state

Stolen Goods Rescued in Nalbari: পানীৰ তলৰ পৰা মুকালমুৱা আৰক্ষীৰ চুৰি সামগ্ৰী উদ্ধাৰ - Mukalmua Police Station

নলবাৰীত পানীৰ তলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে বহু চুৰি সামগ্ৰী ৷ পুখুৰীৰ গভীৰ পানীত ডুব মাৰি আৰক্ষীয়ে উদ্ধাৰ কৰিলে সামগ্ৰীসমূহ (Stolen Goods Rescued in Nalbari)৷

Stolen Goods Rescued in Nalbari
পানীৰ তলৰ পৰা চুৰি সামগ্ৰী উদ্ধাৰ কৰিলে মুকালমুৱা আৰক্ষীয়ে
author img

By

Published : Jul 22, 2022, 10:31 PM IST

নলবাৰী, ২২ জুলাই: নলবাৰীৰ মুকালমুৱা আৰক্ষীৰ আন এক সফলতা । চোৰাং সামগ্ৰীৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে পুখুৰীৰ গভীৰ পানীত ডুব মাৰি আৰক্ষীয়ে উদ্ধাৰ কৰিলে ইটোৰ পিছত সিটো চোৰাং সামগ্ৰী (Goods rescued from pond in Nalbari) ৷

মুকালমুৱা থানাৰ(Mukalmua Police Station) উপ-পৰিদৰ্শক ক্ৰমে মনোজ দাস, ৰূমী ঠাকুৰীয়া, গৃহৰক্ষী জোৱান মোস্তাফা আলীৰ তৎপৰাতাত উদ্ধাৰ কৰা হয় চুৰি সামগ্ৰীসমূহ ৷ তিনিওজন আৰক্ষীয়ে পানীত ডুব মাৰি উদ্ধাৰ কৰে চোৰাং সামগ্ৰীসমূহ ৷ প্ৰাপ্ত তথ্য অনুসৰি মুকালমুৱাৰ ২ নং কেকানকুছি গাঁৱৰ এজন ভঙা-চিঙা ক্ৰয় কৰা ব্যৱসায়ীয়ে পুখুৰীত লুকাই ৰাখিছিল চোৰাং সামগ্ৰীসমূহ ৷

পানীৰ তলৰ পৰা চুৰি সামগ্ৰী উদ্ধাৰ কৰিলে মুকালমুৱা আৰক্ষীয়ে

উল্লেখ্য যে, সৰু-বৰ বাহনৰ ইঞ্জিন, বৈদ্যুতিক সামগ্ৰীসহ বিভিন্ন চোৰাং সামগ্ৰী পুখুৰীত লুকাই ৰাখিছিল ভঙা-চিঙা সামগ্ৰী ক্ৰয় কৰা ব্যৱসায়ী নজেম আলীয়ে ৷ মুকালমুৱা আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত পুখুৰীটোত চলাইছিল অভিযান ৷ মুকালমুৱা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ৰাহুল উল্লাহে নেতৃত্ব বহন কৰিছিল চুৰি সামগ্ৰীখিনি উদ্ধাৰ অভিযানত ৷

লগতে পঢ়ক: Accident in Arunachal: অৰুণাচলৰ জিৰ’ পইণ্টৰ প্ৰায় দুশ ফুট তলত উদ্ধাৰ নগাঁৱৰ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.