ETV Bharat / state

নলবাৰীৰ সৰিয়হতলীত 'বিজ্ঞান ভৱন'ৰ আধাৰশিলা স্থাপন - ধায়ক উন্নয়ন পুঁজিৰ ২০১৯-২০ বৰ্ষৰ অনুদান

নলবাৰী জিলাত শনিবাৰে বিধায়ক উন্নয়ন পুঁজিৰ ২০১৯-২০ বৰ্ষৰ অনুদানেৰে সৰিয়হতলীত নিৰ্মাণ হ'ব লগা "বিজ্ঞান ভৱন"ৰ আধাৰশিলা স্থাপন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই ।

science bhawan foundation
নলবাৰীৰ সৰিয়হতলীত 'বিজ্ঞান ভৱন'ৰ আধাৰশিলা স্থাপন
author img

By

Published : Feb 7, 2021, 5:51 PM IST

নলবাৰী, 7 ফেব্ৰুৱাৰী : নলবাৰী জিলাত শনিবাৰে বিধায়ক উন্নয়ন পুঁজিৰ ২০১৯-২০ বৰ্ষৰ অনুদানেৰে সৰিয়হতলীত নিৰ্মাণ হ'ব লগা "বিজ্ঞান ভৱন"ৰ আধাৰশিলা স্থাপন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই । এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানটো আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ নলবাৰী জিলাৰ সমন্বয়ক প্ৰদীপ মহন্তই আঁত ধৰে ৷

science bhawan foundation
নলবাৰীৰ সৰিয়হতলীত 'বিজ্ঞান ভৱন'ৰ আধাৰশিলা স্থাপন

অনুষ্ঠানত নলবাৰী জিলাৰ উপায়ুক্ত পূৰৱী কোঁৱৰ, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কৃষ্ণ চন্দ্ৰ গৌড়, আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ নলবাৰী জিলাৰ সভাপতি ড৹ দীনমণি ভাগৱতী, গড়কাপ্তানি(গৃহ) বিভাগৰ কনিষ্ঠ অভিযন্তা কে.এন. বৰুৱা, বিশিষ্ট সমাজকৰ্মী জয়ন্ত হাজৰিকা, ৬ নং পশ্চিম বতাহগিলা গাঁও পঞ্চায়তৰ সভাপতি বীৰেণ দাস আদি উপস্থিত থাকে ৷

উল্লেখ্য যে, অনুষ্ঠানত সমষ্টিবাসীক সম্বোধন কৰি বিধায়ক অশোক শৰ্মাই বিগত সময়ত সমষ্টিত হোৱা কেইবাটাও উন্নয়ন মূলক কাৰ্য ওপৰত আলোপাত কৰে ৷

লগতে পঢ়ক: উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন:উদ্ধাৰ অভিযান অব্য়াহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.