ETV Bharat / state

নলবাৰীত বিশিষ্ট সাহিত্যিক শশী শৰ্মাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে সভা - বিশিষ্ট সাহিত্যিক শশী শৰ্মা

বিশিষ্ট সাহিত্যিক তথা বুদ্ধিজীৱি শশী শৰ্মাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে নলবাৰী জিলা প্ৰেছ ক্লাবৰ উদ্যোগত এখন সভাৰ আয়োজন । সভাত নতুন সাহিত্য পৰিষদৰ সভাপতি হাতেম আলী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰচাৰ সম্পাদক ব্ৰজেন চৌধুৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

নলবাৰীত বিশিষ্ট সাহিত্যিক শশী শৰ্মাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে সভা

author img

By

Published : Jan 28, 2021, 3:16 PM IST

নলবাৰী, ২৮ জানুৱাৰী: নলবাৰী জিলা প্ৰেছ ক্লাবৰ উদ্যোগত বিশিষ্ট সাহিত্যিক শশী শৰ্মাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে এখন সভা অনুষ্ঠিত কৰা হয় । নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি কমলেশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে মহেন্দ্ৰ মোহন চৌধুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চিৰঞ্জীৱ জৈন, মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ কৃষ্ণকান্ত গৌড়ৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

শশী শৰ্মাৰ কৰ্ম জীৱনৰ বিষয়ে আলোকপাত কৰে বিশিষ্ট ব্যক্তিসকলে । বুদ্ধিজীৱি শশী শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে কন্যা গীতা শৰ্মা আৰু নতুন সাহিত্য পৰিষদৰ সভাপতি হাতেম আলী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰচাৰ সম্পাদক ব্ৰজেন চৌধুৰী, বিশিষ্ট সাংবাদিক এম মহিবৰ ৰহমানে ।

লগতে পঢ়ক:অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ এখন জনশূণ্য গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.