ETV Bharat / state

ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ক'লে, অসমীয়াৰ মহাশত্ৰু কংগ্ৰেছ-এআইইউডিএফ - congress-aiudf

"বৰ্তমান অসমীয়া মহাশত্ৰু হিচাপে পৰিগণিত হৈছে কংগ্ৰেছ-এআইইউডিএফ ৷" শুকুৰবাৰে নলবাৰীৰ ৬১ নং ধৰ্মপুৰ সমষ্টিৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰচাৰ সভা এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

ৰাজ্য মুখ্যমন্ত্ৰীয়ে ক'লে অসমীয়াৰ মহাশত্ৰু কংগ্ৰেছ-এআইইউডিএফ

author img

By

Published : Apr 2, 2021, 7:29 PM IST

নলবাৰী, 2 এপ্ৰিল : এইবাৰ নিৰ্বাচনীত প্ৰচাৰত এইআইইউডিএফক ফোক্টৰ হিচাপে লোৱা বিজেপিয়ে তৃতীয় পৰ্যায়তো ঠায়ে ঠায়ে আজমলৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰিবলৈ এৰা নাই ৷ তৃতীয় পৰ্যায়ত বিশেষকৈ হাগ্ৰামা আৰু আজমলক একেলগ কৰি নিৰ্বাচনী প্ৰচাৰত মন্তব্য প্ৰকাশ কৰিছে বিজেপি নেতা পালি নেতা সকলক ৷

"বৰ্তমান অসমীয়া মহাশত্ৰু হিচাপে পৰিগণিত হৈছে কংগ্ৰেছ-এআইইউডিএফ ৷" শুকুৰবাৰে নলবাৰীৰ ৬১ নং ধৰ্মপুৰ সমষ্টিৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰচাৰ সভা এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মু্খ্যমন্ত্ৰী গৰাকীৰ ভাষণত ৰাজ্যৰ প্ৰধান সমস্যা সমূহৰ বিপৰীতে আজমলহে বেছি প্ৰধান্য পোৱা দেখা যায় ৷

ধৰ্মপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শ'লমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত এখনি বিশাল নিৰ্বাচনী সভাত অংশ লৈ সোণোৱালে কংগ্ৰেছক কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে ৷

"কংগ্ৰেছৰ দিনত হোৱা দূৰ্নীতিৰ বাবে অতিষ্ঠ হৈছিল জনতা । আঁচনি লাভৰ বাবে ৰাইজে দালালক টকা দিব লগা হৈছিল। বিজেপি চৰকাৰৰ দিনত ৰাজ্যত দূৰ্নীতি নিৰ্মূল হৈছে ৷ গতিকে এইবাৰ বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি পাইছে ৷" সৰ্বানন্দ সোণোৱালে এই দৰে কয় ৷

লগতে পঢ়ক: দেওবাৰে পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.