ETV Bharat / state

জাঁপি শিল্পীক সহায়ৰ হাত নলবাৰী আৰক্ষীৰ

এতিয়া বহাগৰ বতৰ এই সময়তে ঘৰতে আবদ্ধ হৈ থকা নলবাৰীৰ জাঁপি শিল্পীৰ লগত জড়িত 40 টা পৰিয়ালৰ অৱস্থা শোচনীয় হৈ পৰিছে । আজি এই শিল্পী সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিল নলবাৰী আৰক্ষী ।

relief-distribute-nolbari-police
জাঁপি শিল্পীক সহায়ৰ হাত নলবাৰী আৰক্ষীৰ
author img

By

Published : Apr 19, 2020, 12:39 PM IST

Updated : Apr 19, 2020, 12:52 PM IST

নলবাৰী 19 এপ্ৰিল: ক‘ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চলি থকা লক ডাউনৰ সময়চোৱাত লোকচানৰ সম্মুখীন হৈছে বিখ্যাত জাঁপি শিল্পীসকল । এতিয়া বহাগৰ বতৰ এই সময়তে ঘৰতে আবদ্ধ হৈ থকা নলবাৰীৰ লগত জড়িত 40 টা পৰিয়ালৰ অৱস্থা শোচনীয় হৈ পৰিছে ।

জাঁপি শিল্পীক সহায়ৰ হাত নলবাৰী আৰক্ষীৰ

দেওবাৰে এই শিল্পী সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিল নলবাৰী আৰক্ষী। নলবাৰীৰ দিঘেলী অঞ্চলত নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদ উপস্থিত হৈ শিল্পী সকলৰ মাজত চাউল দাইল,আলু ,পিয়াঁজ,চাবোন,তেল ইত্যাদি সামগ্ৰী সাহাৰ্য হিচাপে বিতৰণ কৰি সহায় কৰে । উল্লেখযোগ্য যে বিহুত জাঁপি বিক্ৰী কৰিব নোৱাৰাত এই সকল জাপি নিৰ্মাতাৰ জীৱনলৈ নামি আহিছে চৰম দুৰ্যোগ ।

লগতে পঢক ঃ লক ডাউনৰ বাবে প্ৰদূষণ হ্ৰাস পাইছে গুৱাহাটী মহানগৰীত

Last Updated : Apr 19, 2020, 12:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.