নলবাৰী, 11 নৱেম্বৰঃ নলবাৰী ৰাস মহোৎসৱৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে ৰাস উদযাপন সমিতি । ইতিমধ্যে তেৰ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মংগলবাৰৰ পৰা ৰাস মহোৎসৱ আৰম্ভ কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে উদযাপন সমিতিয়ে । এইবেলি ১৩০০ টা মৃন্ময় মূৰ্তি উপস্থাপন কৰিব ৰাস উদযাপন সমিতিয়ে । ১৯৩৩ চনৰ পৰা আৰম্ভ হোৱা নলবাৰী ৰাস মহোৎসৱে এইবাৰ ৮৬ বৰ্ষত ভৰি দিব । ৰাস মহোৎসৱ উদ্ধোধন কৰিব অসমৰ উদ্যোগ তথা পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।
মংগলবাৰৰ পৰা 13 দিনীয়া কাৰ্যসূচীৰে নলবাৰী ৰাস মহোৎসৱ - নলবাৰী ৰাস মহোৎসৱ
তেৰ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ নলবাৰী ৰাস মহোৎসৱ । এইবাৰ ১৩০০ টা মৃন্ময় মূৰ্তি উপস্থাপন কৰিব ৰাস উদযাপন সমিতিয়ে
![মংগলবাৰৰ পৰা 13 দিনীয়া কাৰ্যসূচীৰে নলবাৰী ৰাস মহোৎসৱ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5032904-thumbnail-3x2-djkdjdj.jpg?imwidth=3840)
নলবাৰীত ৰাস মহোৎসৱৰ প্ৰস্তুতি
নলবাৰী, 11 নৱেম্বৰঃ নলবাৰী ৰাস মহোৎসৱৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে ৰাস উদযাপন সমিতি । ইতিমধ্যে তেৰ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মংগলবাৰৰ পৰা ৰাস মহোৎসৱ আৰম্ভ কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে উদযাপন সমিতিয়ে । এইবেলি ১৩০০ টা মৃন্ময় মূৰ্তি উপস্থাপন কৰিব ৰাস উদযাপন সমিতিয়ে । ১৯৩৩ চনৰ পৰা আৰম্ভ হোৱা নলবাৰী ৰাস মহোৎসৱে এইবাৰ ৮৬ বৰ্ষত ভৰি দিব । ৰাস মহোৎসৱ উদ্ধোধন কৰিব অসমৰ উদ্যোগ তথা পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।
নলবাৰীত ৰাস মহোৎসৱৰ প্ৰস্তুতি
নলবাৰীত ৰাস মহোৎসৱৰ প্ৰস্তুতি
Intro:নলবাৰী ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি ।দিনে নিশাই ব্যস্ত ব্যস্ত হৈ পৰিছে ৰাস উদযাপন সমিতি।
তেৰ দিনীয়া বৰ্ণাঢ্য কাৰ্য্য সূচীৰে আৰম্ভ নলবাৰী ৰাস মহোৎসৱ।
১৩০০ কৈ মৃন্ময় মূৰ্তি উপস্থাপন কৰিব ৰাস উদযাপন সমিতিয়ে।
১৯৩৩ চনৰ পৰা আৰম্ভ হোৱা নলবাৰী ৰাস এইবাৰ ৮৬ বৰ্ষত ভৰি দিৱ।
ৰাস মহোৎসৱ উদ্ধোধন কৰিব অসমৰ উদ্যোগ ও পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।
Body:ৰাস মহোৎসৱ স্থলীত তিনিদিনিয়াকৈ হব মাজুলীৰ জীৱন্ত ৰাস ।
থাকিব অসম ভিত্তিত দিহা নাম প্ৰতিযোগিতা আৰু নাগাৰা নাম প্ৰতিযোগিতা।
আটক ধুনীয়াকৈ সাজি উলিয়াইছে মৃন্ময় মুৰ্তিসমূহ।
Conclusion:কৈলাস ডেকা, নলবাৰী।

Last Updated : Nov 23, 2019, 6:51 PM IST