ETV Bharat / state

নলবাৰীত খিলঞ্জীয়াৰ গণ হু‌ংকাৰ

author img

By

Published : Dec 29, 2019, 5:00 PM IST

নলবাৰীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিল্পী সমাজৰ খিলঞ্জীয়াৰ গণ হু‌ংকাৰ । অংশগ্ৰহণ কৰে নাগৰা নামৰ জেষ্ঠ শিল্পী ৰামচৰণ ভড়ালীয়ে ৷

Protest against CAA at Nalbari Artist
নলবাৰীত খিলঞ্জীয়াৰ গণ হু‌ংকাৰ

নলবাৰী, 29 ডিচেম্বৰঃ নলবাৰীত খিলঞ্জীয়াৰ গণ হু‌ংকাৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গৰজি উঠিল শিল্পী সমাজ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত নলবাৰী মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত অংশ ল’ব জুবিন গাৰ্গকে ধৰি কেইবাজনো শিল্পীয়ে ৷ লগতে উপস্থিত থাকিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেইবাজনো শীৰ্ষ নেতাই ৷ ইতিমধ্যে সহস্ৰাধিক লোকৰ সমাগমত অসমৰ আগশাৰীৰ তথা নাগৰা নামৰ জেষ্ঠ শিল্পী ৰামচৰণ ভড়ালী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাই নিজৰ বক্তব্য প্ৰদান কৰে ৷

নলবাৰীত খিলঞ্জীয়াৰ গণ হু‌ংকাৰ

শিল্পী ৰামচৰণ ভড়ালীয়ে নিজৰ নাগাৰা নামৰ জৰিয়তেই এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি উল্লেখ কৰে ৷ আনহাতে পলাশ চাংমাইয়ে কয় যে ডাঙৰ ডাঙৰ নেতাক ৰাইজে ওফৰাই পেলাইছে আৰু এই চৰকাৰকো নিশ্চই ৰাইজে গাদীচ্যুত কৰিব বুলিও উল্লেখ কৰে ৷

আৰু পঢ়কঃকাছাৰত CAA বিৰোধী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ

Intro:নলবাৰীত খিলঞ্জীয়াৰ গণ হু‌ংকাৰ।Body: নলবাৰীত আজি কা' ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব শিল্পী সমাজে । এজেৱাইচিপিৰ নেতৃত্বত নলবাৰী কলেজ ফিল্ডত কিছু সময় পিছতে অনুষ্ঠিতব্য 'খিলঞ্জীয়াৰ গণ হুংকাৰ" শীৰ্ষক এই প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'ব যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গ,বাবু বৰুৱা নেকিবকে ধৰি কেবাজনো শিল্পীয়ে ।লগতে অংশগ্ৰহণ কৰিব এজেৱাইচিপিৰ কেবাজনো শীৰ্ষ নেতৃত্বই । ইতিমধ্যে নলবাৰী কলেজ ফিল্ডত কা বিৰোধী হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিব ধৰিছে ।উল্লেখযোগ্য যে অসমৰ আগশাৰীৰ তথা জেষ্ঠ নাগৰা নামৰ শিল্পী ৰামচৰণ ভড়ালী
যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ পলাশ চাংমাই।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.