ETV Bharat / state

নলবাৰীত প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংকিকা নাট প্ৰতিযোগিতা উদ্বোধনী

author img

By

Published : Dec 28, 2020, 10:47 PM IST

নলবাৰী নাট্য মন্দিৰত সোমবাৰৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে 32 সংখ্যক প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা ৷

prasanna-narayan-choudhary-one-act-play-at-nalbari
নলবাৰীত প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংকিকা নাট প্ৰতিযোগিতা উদ্ধোধন

নলবাৰী,28 ডিচেম্বৰ : নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী নাট্য মন্দিৰত সোমবাৰৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে 32 সংখ্যক প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা ৷ সোমবাৰে নলবাৰী নাট্যমন্দিৰত প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় নাট প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠান ৷ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে প্ৰসন্ন নাৰায়ণ চৌধুৰী প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷ ইয়াৰ পাছতে নাট প্ৰতিযোগিতা খন উদ্বোধনী কৰে বিশিষ্ট নাট পৰিচালক নয়ন প্ৰসাদে ৷

উল্লেখ্য যে, প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ পাছতে স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট কবি ভূপেন শৰ্মাই ৷ উক্ত অনুষ্ঠানতে বিশিষ্ট সমাজকৰ্মী বাণী গোস্বামীক সম্বধৰ্ণা জনাই আছুৱে ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ,সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভবজিৎ বেজবৰুৱাৰ লগতে ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল ৷

লগতে পঢ়কঃ 2021 বৰ্ষটো অসমৰ জাতীয় জীৱনৰ বাবে আশাৰ বৰ্ষ হ'ব: লুৰিণ জ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.