নলবাৰী, 8 আগষ্টঃ নলবাৰীৰ ৰাজপথত এহাল অসহায় পিতৃ মাতৃ । পুত্ৰক বিচাৰি অনাই বনাই ঘূৰি ফুৰিছে বৃদ্ধ দম্পতীহাল । নলবাৰীৰ গৰেমাৰা গাঁৱৰ ফটিক কলিতা আৰু নিৰো কলিতাৰ পুত্ৰ মহেন্দ্ৰ কলিতাক বিচাৰি ঘূৰি ফুৰিছে অসহায় পিতৃ মাতৃ । প্ৰায় 3 বছৰ পূৰ্বে দম্পতীহালৰ 28 বছৰীয়া পুত্ৰ মহেন্দ্ৰ কলিতাই কামৰ সন্ধানত ওলাই গৈছিল গুৱাহাটীলৈ । তাৰ পিছৰে পৰা সন্ধানহীন হৈ পৰিছে
পুত্ৰ । তেতিয়াৰ পৰা বৰ্তমানলৈ সন্ধান পোৱা নাই মহেন্দ্ৰ কলিতাৰ ৷ ঘৰখনৰ একমাত্ৰ উপাৰ্জন কাৰী পুত্ৰ সন্ধানহীন হোৱাৰ পিছত পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে । দম্পতীহালে 2016 চনত নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছিল যদিও বৰ্তমান পৰ্যন্ত সম্ভেদ লাভ কৰা নাই ৷ যাৰ বাবে পুত্ৰৰ ফটো বুকুত সাৱটি লৈ নলবাৰীৰ ৰাজপথত ঘূৰি ফুৰিছে বৃদ্ধ পিতৃ-মাতৃয়ে ৷
পুত্ৰৰ ফটো বুকুত লৈ নলবাৰীৰ ৰাজপথত এহাল দম্পতী - নলবাৰী
প্ৰায় 3 বছৰ পূৰ্বে দম্পতীহালৰ 28 বছৰীয়া পুত্ৰ মহেন্দ্ৰ কলিতাই কামৰ সন্ধান লৈ ওলাই গৈছিল গুৱাহাটীলৈ । তাৰ পিছৰে পৰা সন্ধানহীন হৈ পৰিছে পুত্ৰ
নলবাৰী, 8 আগষ্টঃ নলবাৰীৰ ৰাজপথত এহাল অসহায় পিতৃ মাতৃ । পুত্ৰক বিচাৰি অনাই বনাই ঘূৰি ফুৰিছে বৃদ্ধ দম্পতীহাল । নলবাৰীৰ গৰেমাৰা গাঁৱৰ ফটিক কলিতা আৰু নিৰো কলিতাৰ পুত্ৰ মহেন্দ্ৰ কলিতাক বিচাৰি ঘূৰি ফুৰিছে অসহায় পিতৃ মাতৃ । প্ৰায় 3 বছৰ পূৰ্বে দম্পতীহালৰ 28 বছৰীয়া পুত্ৰ মহেন্দ্ৰ কলিতাই কামৰ সন্ধানত ওলাই গৈছিল গুৱাহাটীলৈ । তাৰ পিছৰে পৰা সন্ধানহীন হৈ পৰিছে
পুত্ৰ । তেতিয়াৰ পৰা বৰ্তমানলৈ সন্ধান পোৱা নাই মহেন্দ্ৰ কলিতাৰ ৷ ঘৰখনৰ একমাত্ৰ উপাৰ্জন কাৰী পুত্ৰ সন্ধানহীন হোৱাৰ পিছত পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে । দম্পতীহালে 2016 চনত নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছিল যদিও বৰ্তমান পৰ্যন্ত সম্ভেদ লাভ কৰা নাই ৷ যাৰ বাবে পুত্ৰৰ ফটো বুকুত সাৱটি লৈ নলবাৰীৰ ৰাজপথত ঘূৰি ফুৰিছে বৃদ্ধ পিতৃ-মাতৃয়ে ৷
পুত্ৰক বিছাৰি অনাই বনাই ঘূৰি ফুৰিছে বৃদ্ধ দম্পত্তিয়ে।
এহাল পিতৃ মাতৃৰ বেথা ভৰা কাহিনী।নলবাৰী জিলাৰ গৰেমাৰা গাওঁৰ ফটিক কলিতা আৰু নিৰো কলিতাৰ পুত্ৰ মহেন্দ্ৰ কলিতাক বিছাৰি ঘূৰি ফুৰিছে জিলাখনত অসহায় পিতৃ মাতৃয়ে ।আজিৰ পৰা প্ৰায় ৩ বছৰ পূৰ্বে দম্পত্তিহালৰ ২৮ বছৰীয়া পুত্ৰ মহেন্দ্ৰ কলিতাই কামৰ সন্ধান লৈ ওলাই গৈছিল গুৱাহাটীলৈ ।তাৰ পিছৰে পৰা সন্ধানহীন হৈ পৰিছে
পুত্ৰ।বিছাৰ খোছাৰ কৰিও আজিও পুত্ৰক আজিও সন্ধান পোৱা নাই।ঘৰখনৰ একমাত্র উপাৰ্জন কাৰী পুত্ৰ সন্ধানহীন হোৱাৰ পিছত পৰিয়ালটোৰ আলৈ আথনি নোহোৱা হৈছে।আৰু তেতিয়াই নলবাৰী সদৰ থানাত ২০১৬ চনত এজাহাৰ দাখিল কৰিছিল যদিও আজিও পুত্ৰৰ সম্ভেদ পোৱা আৰক্ষীও।এতিয়া ৰুগীয়া হৈ পৰিছে পিতৃ মাতৃ।মহেন্দ্ৰ ৰ পিতৃয়ে চকুৰ দৃষ্টি শক্তি হেৰাইছে।তথাপিও পত্নীৰ সতে এতিয়া নলবাৰীত হাতত হাত ধৰি পুত্ৰ ৰ ফটো বুকুত সাৱটি লৈ এইদৰেই বিছাৰি ফুৰিছে ।নলবাৰীৰ ৰাজপথত এইদৰেই দোকান -পোহৰত পুত্ৰৰ ফটো দেখুৱাই বিছাৰি ফুৰিছে পুত্ৰক।কিজানি পুত্ৰ ৰ কোনোবাই সম্ভেদ পাইয়ে ।প্ৰায় তিনি বছৰৰ পূৰ্বে নলবাৰীৰ পৰা গুৱাহাটী লৈ কাম কৰিবলৈ বুলি যোৱা পুত্ৰৰ কিয় সন্ধান উলিয়াৱ অসম আৰক্ষীৰ লগতে নলবাৰী আৰক্ষীও ।কত আছে তেওঁলোকৰ পুত্ৰ মহেন্দ্ৰ কলিতা।তথাপিও পুত্ৰক পোৱাৰ আশাত দুৰ্ভগীয়া পিতৃ মাতৃয়ে চকুলো টুকি এইদৰেই বিছাৰি ফুৰিছে নিজ পুত্ৰক ৰাজপথত।Conclusion:কৈলাস ডেকা, নলবাৰী।