ETV Bharat / state

লখিমপুৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক - lakhimpur bondh

জনজাতিকৰণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত ১২ঘন্টীয়া অসম বন্ধৰ আহ্বান ছাত্ৰ সংগঠনটোৰ

লখিমপুৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক প্ৰভাৱ
author img

By

Published : Feb 9, 2019, 3:47 PM IST

লখিমপুৰ, ৯ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়তে অসম বন্ধৰ আহ্বান টাই আহোম যুৱ ছাত্ৰ পৰিষদ আৰু টাই আহোম ছাত্ৰ সন্থাৰ । জনজাতিকৰণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত এইদৰে ১২ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে ।

লখিমপুৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক প্ৰভাৱ
undefined

ইতিমধ্যে লখিমপুৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰিলক্ষিত হৈছে । টাই আহোম যুৱ পৰিষদৰ লগতে টাই আহোম ছাত্ৰ সন্থাৰ লখিমপুৰ শাখাই স্থানীয় পুলিবৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে । সংগঠন দুটাই নৰেন্দ্ৰ মোডী গ' বেক, সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি গ' বেক ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শীঘ্ৰেই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে দাবী উত্থাপন কৰে । অন্যথাই অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।

টাই আহোম যুৱ পৰিষদৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ লখিমপুৰ জিলাত। জনজাতি কৰণৰ দাবীত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ।

Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.