ETV Bharat / state

টিকট লাভৰ পাছতে ইটিভিৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ নাৰায়ণ ডেকাৰ

author img

By

Published : Mar 15, 2021, 10:53 AM IST

Updated : Mar 15, 2021, 11:15 AM IST

বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা টিকট লৈ সমষ্টিলৈ উভতি অহাৰ পিচতে হাজাৰৰো অধিক বিজেপি সমৰ্থকে পুষ্প সজ্জিত বাহনত বাইক ৰেলীৰে আদৰি নিয়ে নাৰায়ণ ডেকাক ৷ টিকট লাভৰ পাচতে পোন প্ৰথমে ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, বিজেপি দলৰ উৰ্ধতম কৰ্তৃপক্ষক বহুত ধন্যবাদ জনালো, মোক পুনৰ যোগ্য বুলি ভবাৰ কাৰনে ৷

বৰক্ষেত্ৰী সমষ্টিত মিত্ৰজোঁটৰ টিকট লাভৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ নাৰায়ণ ডেকাৰ

নলবাৰী, 15 মাৰ্চ: বিজেপিৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ পাছতে উৎফুল্লিত হৈ পৰে বৰক্ষত্ৰী সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নাৰায়ন ডেকা ৷ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা টিকট লৈ সমষ্টিলৈ উভতি অহাৰ পিছতে হাজাৰৰো অধিক বিজেপি সমৰ্থকে পুষ্প সজ্জিত বাহনত বাইক ৰেলীৰে আদৰি নিয়ে নাৰায়ণ ডেকাক ৷ টিকট লাভৰ পাছতে পোন প্ৰথমে ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, মোক পুনৰ যোগ্য বুলি ভবাৰ বাবে বিজেপি দলৰ উৰ্ধতম কৰ্তৃপক্ষক বহুত ধন্যবাদ জনালো ৷ নিৰ্বাচনৰ বাবে মই সাজু হৈছো ৷ ইতিমধ্যে ৰোডমেপ প্ৰস্তুত কৰি ৰাখিছো ৷

টিকট লাভৰ পাছতে ইটিভিৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ নাৰায়ণ ডেকাৰ

ইফালে, সংখ্যালঘু ভোটাৰ সন্দৰ্ভত প্ৰাৰ্থী গৰাকীয়ে কয়, উন্নয়নৰ ৰাজনীতিৰ সোৱাদ পাইছে বৰক্ষেত্ৰীৰ ৰাইজে । জাত পাতৰ ৰাজনীতিৰ কাম কৰা নাই আৰু নকৰেও ৷ সমষ্টিতোৰ লগতে চৰাঞ্চলৰ ভোটাৰৰ পৰা যথেষ্ট সহাৰি পাইছে নাৰায়ন ডেকাই ৷ গতিকে প্ৰত্যাহ্বান আহিব পৰা প্ৰাৰ্থী কোনো নাই সমষ্টিটোত ৷ "কা" আন্দোলনৰ সময়ত ১০০ টা জাতীয় সংগঠন আছিল আৰু আজি দুটা বাকী নেপথ্যত আছে ৷

লগতে পঢ়ক: আজি ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলাব শিৱৰাজ সিং চৌহানে

Last Updated : Mar 15, 2021, 11:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.