নলবাৰী, 9 ছেপ্তেম্বৰঃ নলবাৰীত সূৰ্য থিয়েটাৰলৈ দৰ্শকৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হয় দেওবাৰে ৷ নাট্যগোষ্ঠীটোৰ চলিত নাট্যবৰ্ষত সকলো দৰ্শকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে 'মহাৰণ' শীৰ্ষক নাটকখন ৷ নলবাৰী জিলাৰ উলাবাৰীত চলি থকা সূৰ্য থিয়েটাৰৰ প্ৰেক্ষাগৃহত দৰ্শকৰ ভিৰ পৰিলক্ষিত হয় ৷ বলিষ্ঠ অভিনেতা তথা নাট্যকাৰ মৃদুল চুতীয়াৰ নিজৰ সৃষ্টি এই মহাৰণ । কিছু পৃথক আৰু এটা ব্যতিক্ৰমী কাহিনীৰ এই মহাৰণ নাটকখনে ভিন্ন প্ৰান্তত ইতিমধ্যে সমাদৃত হৈছে। নাটকখনক লৈ যথেষ্ট আশাবাদী নাট্যদলটোৰ প্ৰযোজক,শিল্পী তথা কলা কুশলীসকল ।
নলবাৰীত সূৰ্য থিয়েটাৰলৈ দৰ্শকৰ বিপুল সঁহাৰি - Surya Theatre
"মহাৰণ" নাটকক লৈ দৰ্শকৰ মাজত দেখা গ'ল ব্যাপক উৎসাহ-উদ্দীপনা
নলবাৰী, 9 ছেপ্তেম্বৰঃ নলবাৰীত সূৰ্য থিয়েটাৰলৈ দৰ্শকৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হয় দেওবাৰে ৷ নাট্যগোষ্ঠীটোৰ চলিত নাট্যবৰ্ষত সকলো দৰ্শকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে 'মহাৰণ' শীৰ্ষক নাটকখন ৷ নলবাৰী জিলাৰ উলাবাৰীত চলি থকা সূৰ্য থিয়েটাৰৰ প্ৰেক্ষাগৃহত দৰ্শকৰ ভিৰ পৰিলক্ষিত হয় ৷ বলিষ্ঠ অভিনেতা তথা নাট্যকাৰ মৃদুল চুতীয়াৰ নিজৰ সৃষ্টি এই মহাৰণ । কিছু পৃথক আৰু এটা ব্যতিক্ৰমী কাহিনীৰ এই মহাৰণ নাটকখনে ভিন্ন প্ৰান্তত ইতিমধ্যে সমাদৃত হৈছে। নাটকখনক লৈ যথেষ্ট আশাবাদী নাট্যদলটোৰ প্ৰযোজক,শিল্পী তথা কলা কুশলীসকল ।
Conclusion:কৈলাস ডেকা, নলবাৰী।