ETV Bharat / state

নলবাৰীৰ পদ পথৰ কুকুৰক খাদ্যৰ যোগান স্বেচ্ছাসেৱী সংগঠনৰ

author img

By

Published : Nov 1, 2019, 1:21 PM IST

প্ৰভুভক্ত কুকুৰ নিশাৰ ৰাজপথৰ অতন্দ্ৰ প্ৰহৰী । ভোকে-লঘোণে থাকি সকলোকে সুৰক্ষা দিয়া এইবিধ প্ৰাণীক আহাৰ খুৱাবলৈ ওলাই আহিল ইন্দ্ৰধনু বিকাশ মঞ্চ ৷

নলবাৰীত জীৱশ্ৰেষ্ঠৰ উৎকৃষ্ট নিদৰ্শন

নলবাৰী,1 নৱেম্বৰঃ আপুনি ৰাজপথত হয়টো বহু 'প্ৰভুভক্ত' কুকুৰ দেখিবলৈ পায় ৷ পিচে নিশাৰ ৰাজপথৰ অতন্দ্ৰ প্ৰহৰী এই প্ৰাণীবিধৰ বিষয়ে এবাৰ ভাবেনে ? আপোনাক,মোক আৰু বিভিন্নজনক নিশা পহৰা দিয়া এই প্ৰভুভক্ত প্ৰাণীবিধে ভোকে-লঘোণে থাকি সকলোকে সুৰক্ষা দিয়ে। পিচে নলবাৰীত দেখা পোৱা গ'ল এখন বিপৰীত ছবি। নিশা পথৰ দাঁতিত থকা কুকুৰক এসাজ খুৱাবলৈ ওলাই আহিল এটা বেচৰকাৰী সংস্থা ।

নলবাৰীত জীৱশ্ৰেষ্ঠৰ উৎকৃষ্ট নিদৰ্শন

লগতে পঢ়কঃৰাস উদযাপনৰ বাবে সাজু হৈছে মাজুলীবাসী

জীৱকুলৰ বিষয়ে চিন্তা কৰিবলৈ নলবাৰীত ওলাই আহিছে এচাম ডেকা গাভৰু। এটি স্বেচ্ছাসেৱী অনুষ্ঠানৰ জৰিয়তে এওঁলোকে বাটৰ কুকুৰক খুৱাইছে খাদ্য । ইন্দ্ৰধনু বিকাশ মঞ্চৰ সৌজন্যত নলবাৰী চহৰ এলেকাৰ ভিন্ন প্ৰান্তত নিশাৰ প্ৰহৰী জীৱ কুলৰ মাজত খাদ্য বিতৰণ কৰে বেচৰকাৰী সংস্থাটোৱে ৷

Intro:জীৱশ্ৰেষ্ঠ উৎকৃষ্ট নিদৰ্শন নলবাৰীত।পথৰ এলাগী হৈ থকা কুকুৰক খুৱালে খাদ্য।Body:আপুনি ৰাজপথত বহুতো কুকুৰ দেখিবলৈ পায় পিছে আপুনি কুকুৰ বিলাকক কিমান আদৰ কৰে।ৰাজপথৰ অলিয়ে গলিয়ে ঘুৰি ফুৰা এই সকল কুকুৰৰ কথা এৱাৰ ভাবেনে।প্ৰভুভক্ত এই সকল কুকুৰ নিশাৰ ৰাজপথৰ অতীন্দ্ৰ প্ৰহৰী।হয়তো আপোনাক মোকো বিভিন্ন ধৰণে পহৰা দিয়ে বিভিন্ন সময়ত।পিছে এই কুকুৰ বিলাকৰ কথা এৱাৰ ভাবেনে ভোকে লঘোণে থাকি সকলোকে সুৰক্ষা দিয়ে।পিছে নলবাৰীত দেখা পোৱা গল অনন্য ৰূপ।এইসকল পথৰ কুকুৰক খুৱাবলৈ ওলাই আহিল এটা ব্যক্তিগত NGO।এয়া নলবাৰী চহৰৰ নিশাৰ দৃশ্য।

হয়,বিশ্বব্ৰহ্মাণ্ডৰ সকলো চৰাই- চিৰিকতি তথা পশু আদি জীৱকুল মিলিয়েই এখন সমাজ হয় । পিছে আমাৰ সমাজত থকা এই জীৱকুলৰ বিষয়ে আমি কেইজনে চিন্তা ক'ৰো । এই জীৱকুলৰ বিষয়ে চিন্তা কৰিবলৈ নলবাৰীত ওলাই আহিছে এচাম ডেকা গাভৰু । এটি স্বেচ্ছাসেৱী অনুষ্ঠানৰ জৰিয়তে এওলোকে বাটৰ কুকুৰক খুৱাইছে খাদ্য । ইন্দ্ৰধনু বিকাশ মঞ্চৰ সৌজন্যত নলবাৰী চহৰ এলেকাৰ ভিন্ন প্ৰান্তত নিশাৰ প্ৰহৰী জীৱ কুলৰ মাজত খাদ্য বিতৰণ কৰিছে এইদৰে ৷ উক্ত কাৰ্যসূচীত সভাপতি সুনীল ভৰদ্বাজ সম্পাদক অৰ্ণৱ গোস্বামী উপ সভাপতি পোনাকন আহমেদকে আদি কৰি N.G.O ৰ সমুহ কৰ্মকৰ্তা উপস্থিত থাকে ৷ সভাপতিয়ে জনোৱা অনুসৰি জীৱ কূলৰ মাজত এই কাৰ্যসুচী বিগত সময়চোৱাত সময়ে সময়ে নলবাৰী জিলাৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছে । জীৱকূলৰ কল্যান সাধন কৰাৰ লক্ষ্যৰে এই যুবক সকলে এইদৰে নিশাৰ প্ৰহৰী বাটৰ কুকুৰক খুৱাইছে খাদ্য । যুবক যুবতী সকলৰ এই কাৰ্য এতিয়া নলবাৰীত চৰ্চাৰ বিষয় হৈ পৰিছে ।Conclusion:নলবাৰীৰ পৰা কৈলাস ডেকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.