ETV Bharat / state

'অসম দৰ্পণ' আঁচনিৰ অন্তৰ্ভুক্ত নলবাৰীৰ শিলগোঁ‌সানী থান - নলবাৰীৰ শিলগোঁ‌সানী থান

নলবাৰীৰ ইতিহাসপ্ৰসিদ্ধ শিলগোঁসানী থানত উপস্থিত হৈ অসমৰ পৰ্যটন তালিকাত শিলগোঁসানী থানক অন্তৰ্ভূক্ত কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ শিলগোঁ‌সানী থান ৰাজ্য চৰকাৰৰ 'অসম দৰ্পণ' আঁচনিৰ অন্তৰ্ভুক্ত হোৱা বুলি ব্যক্ত কৰে উদ্যোগ মন্ত্ৰীগৰাকীয়ে ৷

Nalbari Silgosani Than under Assam Darpan scheme
'অসম দৰ্পণ' আচনিৰ অন্তৰ্ভুক্ত নলবাৰীৰ শিলগোঁ‌সানী থান
author img

By

Published : Jan 20, 2020, 11:29 PM IST

Updated : Jan 21, 2020, 11:48 AM IST

নলবাৰী,20 জানুৱাৰীঃ সোমবাৰে নলবাৰীত উপস্থিত হয় উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ শিলগোঁসানী থানত উপস্থিত হৈ অসমৰ পৰ্যটন তালিকাত শিলগোঁসানী থানক অন্তৰ্ভূক্ত কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ শিলগোঁ‌সানী থান ৰাজ্য চৰকাৰৰ 'অসম দৰ্পণ' আঁচনিৰ অন্তৰ্ভুক্ত হোৱা বুলি ব্যক্ত কৰে উদ্যোগ মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, সমষ্টিটোৰ অন্তৰ্গত কঠালবাৰী গাঁৱক আদৰ্শ গাঁও হিচাপে ঘোষণা কৰা বুলি জনাই গাঁওখনৰ উন্নয়নৰ বাবে দুই কোটি টকা আগবঢ়োৱা হ'ব বুলিও ঘোষণা কৰে ৷ তেখেতে ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত নতুন দেহৰ মৌজাত এখন কলেজ স্থাপন কৰিব নোৱাৰা বুলি আক্ষেপ প্ৰকাশ কৰি কয় যে, ইয়াৰ বাবে ৰাইজক কেইবাবাৰো আহ্বান জনোৱাৰ পিছতো কোনো আগবাঢ়ি নাহিল ৷ উল্লেখ্য যে পাটোৱাৰীয়ে আনটাইড ফান্ডৰ দ্বাৰা অনুমোদিত এটি সভা গৃহৰ আধাৰশিলা স্থাপন কৰে শিলগোঁ‌সানী থানত ।

'অসম দৰ্পণ' আঁচনিৰ অন্তৰ্ভুক্ত নলবাৰীৰ শিলগোঁ‌সানী থান

লগতে পঢ়ক-হিমন্তই নিজকে সৰ্বজ্ঞানী বুলি ভাৱেঃ তৰুণ গগৈ

Intro:নলবাৰীত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীBody:"অসমৰ পৰ্য্যটন তালিকাত অন্তৰ্ভুক্ত হ'ব শিলগোঁ‌সানী থান ।"--এই ঘোষণা ৰাজ্যৰ উদ্যোগ তথা বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।গৃহ সমষ্টি ধৰ্মপুৰৰ অন্তৰ্গত শিলগোঁ‌সানী থানত উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আগবঢ়াই এই ঘোষণা ।তেওঁ আৰু ইতিহাসপ্ৰসিদ্ধ শিলগোঁ‌সানী থান ৰাজ্য চৰকাৰৰ 'অসম দৰ্পণ' আচনিত অন্তৰ্ভুক্ত হোৱা বুলি দোহাৰী সমষ্টিটোৰ অন্তৰ্গত কঠালবাৰী গাওঁক আদৰ্শ গাওঁ হিচাপে ঘোষণা কৰা বুলি জনাই গাওঁখনৰ উন্নয়নৰ বাবে দুই কোটি টকা আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে ।আনহাতে ভাষণ প্ৰসংগতে তেওঁ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত নতুন দেহৰ মৌজাত এখন কলেজ স্থাপন কৰিব নোৱাৰা বুলি আক্ষেপ প্ৰকাশ কৰি তেওঁ ইয়াৰ বাবে ৰাইজক কেবাবাৰো আহ্বান জনোৱাৰ পিছতো কোনো আগবাঢ়ি নহা বুলি মন্তব্য কৰে ।উল্লেখ্য যে পাটোৱাৰীয়ে আনটাইড ফান্ডৰ দ্বাৰা অনুমোদিত এটি সভা গৃহৰ আধাৰশিলা স্থাপন কৰে শিলগোঁ‌সানী থানত ।
Conclusion:বাইট চন্দ্ৰ মোহন পাটোৱাৰী,কেবিনেট মন্ত্ৰী

কৈলাস ডেকা, নলবাৰী।
Last Updated : Jan 21, 2020, 11:48 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.